আইনৰ শাসন আৰু ন্য়ায়িক ব্য়ৱস্থা 

 (Rule of Law and the Judicial System) 

প্ৰশ্নাৱলী

১। Discuss the Composition and functions of British Privy Council.

ব্ৰিটিচ প্ৰিভি কাউন্সিলৰ গঠন আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ

২। Explain the various kinds of laws applied by the British Court.

বৃটিছ আদালতে প্ৰয়োগ কৰা বিভিন্ন াইনৰ বাখ্যা কৰা।

উত্তৰঃ

৩। Main features of the Judicial System in England.

ইংলেণ্ডৰ ন্য়ায় ব্য়ৱস্থাৰ প্ৰধান বৈশিষ্ট্য়সমূহ।

উত্তৰঃ

৪।Discuss the salient features of the British Judicial System.

ইংলেণ্ডৰ বিচাৰ ব্য়ৱস্থাৰ প্ৰধান বৈশিষ্ট্য়সমূহ আলোচনা কৰা।

উত্তৰঃ

৫। Give an outline of the organisation of Judiciary in England.

ইংলেণ্ডৰ বিচাৰ ব্য়ৱস্থাৰ সংগঠনৰ বিৱৰণ দিয়া।

উত্তৰঃ

৬। What is meant by Judicial Review? To want extent does is posses by the British Court?

ন্য়ায়িক সমীক্ষাই কি বুজায়? ইংলেণ্ডৰ আদালতৰ এই ক্ষমতা কিমানদূৰ আছে?

উত্তৰঃ

৭। আইনৰ সাসন বুলিলে কি বুজা? গ্ৰেট ব্ৰিটেইনত ই কিমানদূৰ প্ৰচলিত আছে, বাখ্যা কৰা।

What is Role of Law? Explain to what extent in prevails in UK.

উত্তৰঃ

৮। Evaluate the British Judicial System.

বৃটিছ বিচাৰ ব্য়ৱস্থাৰ মূল্য়ায়ন কৰা।

উত্তৰঃ

৯। What is 'rule of law'? Discuss briefly.

'আইনৰ শাসন কি' চমুকৈ আলোচনা কৰা।

উত্তৰঃ

১০। 'Judicial Review' is the notable feature of which Constitution?

'ন্য়ায়িক সমীক্ষা' কোনখন সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য়?

উত্তৰঃ

১১। Does judiciary system of England have power of Judicial Review?

ইংলেণ্ডৰ ন্য়ায়িক ব্য়ৱস্থাত ন্য়ায়িক সমীক্ষা আচেনে?

উত্তৰঃ

১২। Which is regarded as 'Fountain of Justice' in England?

ইংলেণ্ডত কাক 'ন্য়ায়ৰ উৎস' হিচাপে গণ্য় কৰা হয়? (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

(i) Crown (ৰাজসত্তা)                     (ii) Parliament (সংসদ)

(iii) Prime Minister (প্ৰধানমন্ত্ৰী)    (iv) Cabinet (মন্ত্ৰীসভা)

উত্তৰঃ

১৩। Write two features of the British Cabinet.

বৃটিছ মন্ত্ৰীসভাৰ দুটা বৈশিষ্ট্য় লিখা।

উত্তৰঃ

১৪। What is the Power of the US President? Discuss briefly.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ ভেটো ক্ষমতা কি? চমুকৈ আলোচনা কৰা।

Type: Sri Chinmay Kakati.