কৰ'না Returns        


কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰ'না

কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰ'না

কৰ'না কৰ'না কৰ'না...

কৰ'না কৰ'না কৰ'না...

আকৌ আহিল কৰ'না


সকলোৱে সাৱধান হোৱা

কাৰণ আকৌ আহিল কৰ'না।

কৰ'না কৰ'না কৰ'না...

কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰ'না

কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰ'না


সকলোৱে সাৱধান হোৱা

লগত ৰাখা মাস্ক ছেনিটাইজাৰ

নহলে পুলিচে পালে কৰিব টিকাকৰণ

কাৰণ আকৌ আহিল কৰ'না।

কৰ'না কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰণা

কৰ'না কৰ'না কৰ'না কৰ'না আকৌ আহিল কৰ'না


সকলোৱে ঘৰটে থাকা সাৱধানে থাকা

প্ৰয়োজনীয় কামত হে ঘৰৰ পৰা ওলাবা।

কাৰণ আকৌ আহিল কৰ'না।

সকলোৱে লোৱা Vaccination

তেতিয়াহে ওলাব পাৰিবা ঘৰৰ পৰা

কাৰণ আকৌ আহিল কৰ'না।


ছাত্ৰ ছাত্ৰী সকল চিন্তা নকৰিবা

স্কুল আকৌ বন্ধ হ'ব চিন্তা নকৰিবা

Online Class কৰাৰ বাহাণে

Free Fire খেলিব পাৰিবা

কাৰণ আকৌ আহিল কৰ'না।

কৰ'না কৰ'না

কৰ'না কৰ'না

কৰ'নাকৰ'না  কৰ'না আকৌ আহিল কৰ'না

কৰ'নাকৰ'না  কৰ'না  আকৌ আহিল কৰ'না।


Writter by: Pallab Jyoti Bora  

Published by: Dailyassam      

Copyright by Ⓒ: Writter