পাঠ ১৯

উপকাৰী পতংগবোৰ

    👉Free Online Exam Click Here

    👉MCQ Answer

১। মানুহৰ লগতে প্ৰাকৃতিৰ উপকাৰত অহা পতংগ দুবিধৰ নাম লিখা?

উত্তৰঃ মানুহৰ লগতে প্ৰাকৃতিৰ উপকাৰত অহা পতংগ দুবিধৰ নাম হ'ল- ৰেচম চকৰ আৰু মৌ-মাখি।

২। অসমৰ কি কাপোৰ পৃথিৱী বিখ্যাত?

উত্তৰঃ অসমৰ মুগা সূতাৰ কাপোৰ পৃথিৱী বিখ্যাত।

৩। কোনটো পতংগৰ পৰা কাপোৰ বৱ পৰা সৃতা তৈয়াৰ হয়?

উত্তৰঃ ৰেচম চকৰীৰ লেটাৰ পৰা কাপোৰ বৱ পৰা সৃতা তৈয়াৰ হয়।

৪। মৌ-জল এবিধ অতি উত্তম খাদ্যৰ লগতে আৰু কি?

উত্তৰঃ মৌ-জল এবিধ উত্তম খাদ্য়ৰ লগতে ঔষধ।

৫। ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলত কি ঘটায়?

উত্তৰঃ ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলত পৰাগযোগ ঘটায়।

৬। কিহৰ কাৰণে ফুলৰ পৰা ফল হয়?

উত্তৰঃ ফুলে ফুলে ঘূৰি ফুৰি মৌ-মাখিয়ে ফুলৰ পৰাগযোগ ঘটায় সেয়েহে ফুলৰ পৰা ফল হয়।



TYPE_BHABESH BORA.



Post ID :DABP003692