অধ্যায় : ৩

তথ্যৰ ব্যৱহাৰ

অনুশীলনী-3.1


1) প্ৰথম 10 টা স্বাভাৱিক সমখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা ?

Soln:   আমি জানো যে,

প্ৰথম 10 টা স্বাভাৱিক সংখ্যা – 1,2,3,4,5,6,7,8,9,10  



প্ৰসাৰঃ

    = ৰাশিৰ উচ্চতম সংখ্যা-ৰাশিৰ নিম্নতম সংখ্যা 

    =10-1

    =9


2) জিলাভিওিক খেল প্ৰতিযোগিতাত 12 খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। 

প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰ :

11, 8, 13, 6, 10, 15, 18, 9, 10, 9, 11, 12 

(i) লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান?

(ii) লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান?

(iii) তথ্যখিনিৰ প্ৰসাৰ কিমান?

(iv) তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা?

Soln: 

তথ্যখিনি উৰ্ধ্বক্ৰমত সজাই পাওঁ →

6, 8, 9, 9, 10, 10, 11, 11, 12, 13, 15, 18

(i) লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা =18

(ii) লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা =6

(iii) তথ্যখিনিৰ প্ৰসাৰঃ

    = উচ্চতম সংখ্যা-নিম্নতম  সংখ্যা

    =18-6

    =12




3) এজন ছাএই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ (100 নম্বৰৰ ভিতৰত)

গণিত-75,   সমাজ   বিজ্ঞান-69,   বিজ্ঞান-82

অসমীয়া-73,   ইংৰাজী-  67,   হিন্দী-78

নম্বৰসমূহৰ গড় নিৰ্ণয় কৰা।

 Soln :

বিভিন্ন বিষয়ত পোৱা নম্বৰ সমূহ – 67,69,73,75,78,82



4) এখন বিদ্যালয় যোৱা পাচঁটা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ওীণ হোৱা ছাএ-ছাএীৰ সংখ্যা ক্ৰমে 40, 62, 68, 48, 52, গৰাকী বিদ্যালয়খনত উৰ্ওীণ হোৱা ছাএ-ছাএীৰ গড় নিৰ্ণয় কৰা ।

Soln: 

 হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ওীণ হোৱা ছাএ-ছাএীৰ সংখ্যা ক্ৰমে – 40, 62, 68, 48, 52



5)  এজন ক্ৰিকেট খেলুৱৈয়ে আঠটা ইনিংছত তলত দিয়া ধৰণে স্ক’ৰকৰে: 

77, 41, 101, 46, 59, 1, 36, 47   খেলুৱৈজনৰ গড় স্ক’ৰ উলিওৱা ।

Soln:  

 খেলুৱৈজনৰ স্ক’ৰসমূহ – 1, 36, 47, 46, 59, 77, 101, 41



6)  এজন ল’ৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33, 26 কি.গ্ৰা ।

  (i) ল’ৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা?

  (ii) 30 কি.গ্ৰা তকৈ বেছি ওজনৰ কিমানজন ল’ৰা আছে?

  (iii)  25 কি.গ্ৰা তকৈ কম ওজনৰ ল’ৰা ওপৰৰ তালিকাত আছেনে?  যদি আছে কিমানজন আছে ?

Soln:  

 দিয়া আছে,

7 জন ল’ৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33, 26




(ii) 30 km তকৈ বেছি ওজনৰ ল’ৰা 4 জন আছে ।

(iii) 25 km তকৈ কম ওজনৰ ল’ৰা তালিকাত এজনো নাই।


7) মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা পাচঁটা মাহত 500 টকা, 600 টকা, 600 টকা, 700 টকা আৰু 500 টকাতকৈ সঞ্চয় কৰিলে। তেওঁৰ প্ৰতিমাহৰ গড় সঞ্চয় কিমান?

Soln:  

 দিয়া আছে,

   মীৰাৰ পাচঁ মাহৰ সঞ্চয়বোৰ – 500, 600, 600, 700, 500 টকা

     


            ∴মীৰাৰ প্ৰতিমাহে গড় সঞ্চয়  580  টকা ।


8) প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমুহৰ ছাএ-ছাএীৰ সংখ্যা তলত দিয়া ধৰণৰ:

(i) বিদ্যালয়সমূহৰ শ্ৰেণীসমুহত ছাএ-ছাএীৰ গড় সংখ্যা নিৰ্ণয় কৰা।

(ii) প্ৰথম সামায়িকীৰ পিছত দ্বতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাএ-ছাএীয়ে নতুনকৈ নামভৰ্ওি কৰিলে । তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহত ছাএ-ছাএীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰা?

Soln:   

  দিয়া আছে,

 এখন বিদ্যালয়ৰ ছাএ-ছাএীৰ সংখ্যা – প্ৰথম =26,দ্বিতীয় =32 ,তৃতীয় =34,চতুৰ্থ =28,পঞ্চম =  30





(ii) প্ৰথম সামায়িকীৰ পিছত ছাএ-ছাএীৰ সংখ্যা হ’ব –

প্ৰথম =26,  দ্বতীয় =32+3=35,   তৃতীয় =34,  চতুৰ্থ =28  আৰু পঞ্চম = 30+2=32