এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ
 

 















তলৰ সমীকৰণবোৰৰ পৰা এটা চলকযুক্ত এক ঘাতৰ সমীকৰণবোৰ চিনাক্ত কৰাঃ (a,b,c,p,qধ্ৰুৱক) 





ইতিমধ্যে তোমালোকে শিকি আহিছা যে এক ঘাতৰ সমীকৰণৰ চলকৰ কোনো নিৰ্দিষ্ট মানৰ বাবে সমীকৰণৰ বাওঁপক্ষ, সোঁপক্ষৰ পৰা সমান হয় । চলৰকৰ সেই নিৰ্দিষ্ট মানকেই সমীকৰণটোৰ  বীজ বা মূল (Root) বোলা হয় । সমীকৰণটোৰ পৰা চলকৰ সেই মানটো উলিওৱা কাৰ্যকে সমীকৰণটো সমাধান কৰা বুলি কোৱা হয় । তদুপৰি সপ্তম শ্ৰেণীত আলোচনা কৰি আহিছা যে সমীকৰণটো কৰি আহিছা যে সমীকৰণৰ সমাধান কৰোঁতে চলকযুক্ত ৰাশিবোৰ সমতাৰ বাওঁপক্ষত ৰাখি আন ৰাশিবোৰ সমতাৰ সোঁপক্ষলৈ পক্ষান্তৰ কৰা হয় । তাৰ বাবে আমি তলৰ প্ৰক্ৰিয়াসমূহৰ (প্ৰয়োজন অনুসাৰে ) সহায় লওঁ । 

(i) দুয়োপক্ষত একেটা সংখ্যা যোগ কৰা । 

(ii) দুয়োপক্ষৰে পৰা একেটা সংখ্যাকে বিয়োগ কৰা । 

(iii) দুয়োপক্ষক এটা সংখ্যাৰে পূৰণ কৰা ।  

(iv) দুয়োপক্ষক একেটা অশূন্য(non-zero ) সংখ্যাৰে হৰণ কৰা । 

তলৰ উদাহৰণকেইটা মন কৰাঃ 


1 উদাহৰণঃ সমাধান কৰা 


















4 উদাহৰণঃ সমাধান কৰা 3x+4=22

সমাধানঃ সমীকৰণটোৰ সমতাৰ বাবে তথা অজ্ঞাত ৰাশিটোক সমতাৰ বাওঁফালে ৰাখিবলৈ দুয়োপক্ষৰ পৰা 4 বিয়োগ কৰিলে পাম ।

3x+4-4= 22- 4

অথবা 3x=18 

অজ্ঞাত ৰাশি x ৰ লগত 3 পূৰণ হৈ আছে । x ৰ মান নিৰ্ণয় কৰিবৰ বাবে দুয়োপক্ষক 3 ৰে হৰণ ( পূৰণৰ ওলোটা ) কৰি পাওঁ 




অথবা x = 6
5 উদাহৰণঃ সমাধান কৰা 6x-8=20
সমাধানঃ দুয়োপক্ষত 8 যোগ কৰি,

6x-8+=20+8
বা, 6x = 28 













ইতিমধ্যে তোমালোকে 5 টাকৈ উদাহৰণ মন কৰিলা । প্ৰত্যেকটো উদাহৰণতে অজ্ঞাত ৰাশিৰ ( অৰ্থাৎ চলকৰ ) মান নিৰ্ণয় কৰা হৈছে  অৰ্থাৎ সমাধন কৰা হৈছে ।

6 উদাহৰণঃ 2x- 3= x+6 ৰ সমাধান 9 হয়নে ­?

সমাধানঃ প্ৰদত্ত সমীকৰণটোৰ বাওঁপক্ষ আৰু সোঁপক্ষত ৰ মান 9 বহুৱাই পাওঁ,

বাওঁপক্ষ ­

= 2x- 3

= 2

= 18- 3

= 15

সোঁপক্ষত

= x+6

= 9+6

= 15

­দেখা গবাওঁপক্ষ = সোঁপক্ষ 




















বা,8×2a=3×3a+2×7 
বা,16a=9a+14
বা,16a-9a=14
বা,7a=14
বা,a=14/7
অথবা,a=2










































অনুশীলনী 2.1

1. তলত দিয়া সমীকৰণবোৰ সমাধান কৰাঃ





















































































2. তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে । এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ’ব নিৰ্ণয় কৰা । 
(i) 2x – 4 = 0 ; 1, 2, -2 
=> 2x-4=0
=> x = 1 (x মান 1 বহুৱাই পাওঁ)
=> 2×1-4=0
=> 2-4=0
=> -2≠0
=> x = 2 (x মান 2 বহুৱাই পাওঁ)
=> 2×2-4=0
=> 4-4=0
=> 0 = 0
=> x = -2 (x মান -2 বহুৱাই পাওঁ)
=> 2×(-2)-4=0
=> -4-4 = 0
=> -8 ≠0
∴ x=2 বহুৱাইসমীকৰণটোসমাধানহ^' ব 
(ii) 11y + 5 = -6 ; y= 0, 1, -1
=> y = 0 (yমান 0 বহুৱাই পাওঁ)
=> 11×0+5= -6
=> 0+ 5 = -6
=> 5 ≠ -6
=> y = 1 (yমান 1 বহুৱাই পাওঁ)
=> 11×1+5= -6
=> 11+5 = -6
=> 16 ≠ -6 
=> y = -1 (yমান -1 বহুৱাই পাওঁ)
=> 11×(-1)+5=-6
=> -11+5 = -6 
=> -6 = -6 
∴ y=-1 বহুৱাই সমীকৰণটো সমাধান হ'ব 

































=> 16 ≠20

=> p= 4  বহুৱাই পাওঁ 

=> 10×4-4=4 (2×4+1)

=> 40-4 = 4×9

=> 36 = 36 

=> p = -4 বহুৱাই পাওঁ

=> 10×(-4)-4=4{2×(-4)+├ 1} ┤

=> -40-4 = 4×(-7)

=> -44 ≠ -28

∴ p=4 বহুৱাই সমীকৰণটো সমাধান হ'ব 

3. তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰাঃ  






















































































































Type: Krishna Bora 

Class 8 Mathematics 





Post ID : DABP004096