অধ্য়য়-১

ভাৰতবৰ্ষত গণতন্ত্ৰ

(Democrary in India)

১। পৰিচিত আৰু জনপ্ৰিয়ভাৱে সকলোৱে কি কৰা শব্দ?

উত্তৰঃ ব্য়ৱহাৰ কৰা শব্দ। 

২। গণতন্ত্ৰ মানেই মত প্ৰকাশৰ কি?

উত্তৰঃ স্বাধীনতা। 

৩। আধুনিক কালত গণতন্ত্ৰক দুই ধৰণে কি কৰা হয়?

উত্তৰঃ বিবেচনা কৰা হয়। 

৪। চীনৰ দৰে সাম্য়বদী ৰাষ্ট্ৰসমূহেও কি বিষয়ে ব্য়খ্য়া দাঙি ধৰে?

উত্তৰঃ গণতন্ত্ৰৰ বিষয়ে ব্য়খ্য়া দাঙি ধৰে। 

৫। নাগৰিকসকলে কি প্ৰদান ক্ষমতাৰ জৰিয়তে সমবেত হয়?

উত্তৰঃ ভোট প্ৰদান ক্ষমতাৰ জৰিয়তে সমবেত হয়।

৬। এনেকুৱা এবিধ চৰকাৰ য'ত প্ৰত্য়েকৰে কি কৰাৰ অধিকাৰ আছে?

উত্তৰঃ অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে। 

৭। অন্য়তম উপায় হিচাপেহে গণতন্ত্ৰৰ বাবে কি কৰে?

উত্তৰঃ যুঁজ কৰে। 

৮। গণতন্ত্ৰক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি?

উত্তৰঃ গণতন্ত্ৰক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় আৰু সেইগিটা হ'ল প্ৰত্য়ক্ষ বা প্ৰকৃত গণতন্ত্ৰ আৰু পৰোক্ষ বা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। 

৯। প্ৰত্য়ক্ষ গণতন্ত্ৰ বিপুল জনসংখ্য়া থকা বা কিহৰ বাবে অনুপযোগী?

উত্তৰঃ দাঙৰ ৰাষ্ট্ৰৰ বাবে অনুপযোগী। 

১০। গণতন্ত্ৰৰ পদ্ধতি বা কি বুলি জনা যায়?

উত্তৰঃ বা আহিলা বুলি জনা যায়। 

১১। শাসন পদ্ধতিকে আটাইতকৈ কি শাসন পদ্ধতি বুলি সকলোৱে গণ্য় কৰে?

উত্তৰঃ উৎকৃষ্ট শাসন পদ্ধতি বুলি সকলোৱে গণ্য় কৰে। 

১২। গণতন্ত্ৰৰ মতে এজন মুৰ্খৰ এটা ভোট, এজন কি এটা সমান?

উত্তৰঃ জ্ঞানীৰ এটা সমান। 

১৩জৰুৰীকালীন অৱস্থাত গণতান্ত্ৰিক ব্য়ৱস্থাই সফলতা কি কৰিব নোৱাৰি?

উত্তৰঃ অৰ্জন কৰিব নোৱাৰি। 

১৪। চৰকাৰৰ পৰিৱৰ্তন হয় কি জৰিয়তেহে?

উত্তৰঃ বিপ্লৱৰ জৰিয়তেহে। 

১৫। কাৰ্য্য়পালিকা বিভাগ আৰু আইন বিভাগৰ মাজত কি নাথাকে?

উত্তৰঃ সম্পৰ্ক নাথাকে। 

১৬। আমাৰ ভাৰতত কিমান চনৰ পৰা এই শাসন ব্য়ৱস্থা প্ৰতিষ্ঠা কৰা হৈছে?

উত্তৰঃ ১৯৪৭ চনৰ পৰা আমাৰ ভাৰতত এই শাসন ব্য়ৱস্থা প্ৰতিষ্ঠা কৰা হৈছে। 

১৭। গণতন্ত্ৰৰ ধাৰণা যে নতুন নহয় এই বিষয়ে ইতিমধ্য়ে কি কৰা হৈছে?

উত্তৰঃ আলোচননা কৰা হৈছে। 

১৮। গণতন্ত্ৰৰ আনটো দিশ মৌলিক বা কি?

উত্তৰঃ বাস্তৱ। 

১৯। নাগৰিকে উন্নয়নমূলক কাৰ্য্য়ৰ ক্ষেত্ৰত সমপৰিমাণে বিশেষ কি পালন কৰে?

উত্তৰঃ ভূমিকা পালন কৰে। 

২০। আনুষ্ঠানিকতাই গণতন্ত্ৰৰ মৌলিক বা বাস্তৱ দিশটো কি কৰিব নোৱাৰে?

উত্তৰঃ প্ৰতিফলিত কৰিব নোৱাৰে। 

 


Type Bikash Bora