অধ্য়য়-৪

ভাৰতবৰ্ষত নিৰ্বাচন

(Elections in India)

১। মুক্ত আৰু নিকা নিৰ্বাচন সুস্থ গণতন্ত্ৰৰ এক কি উপাদান?

উত্তৰঃ অত্য়াৱশ্য়কীয় উপাদান। 

২। নিৰ্বাচন ব্য়ৱস্থা গণতান্ত্ৰিক দেশৰ এটা কি আহিলা?

উত্তৰঃ অপৰিহাৰ্য্য় আহিলা। 

৩। বিভিন্ন প্ৰতিনিধিৰ মাজৰ পৰা যিকোনো এজন ব্য়ক্তিক কি কৰা পদ্ধতি?

উত্তৰঃ পচন্দ কৰা পদ্ধতি। 

৪। কিমান লাখ লোকে ভোটাৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ৮১৪০ লাখ লোকে ভোটাৰ হিচাপে স্বীকৃতি লাভ কৰে। 

 ৫। মনোনয়ন পত্ৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰাটো কি ব্য়ৱস্থা?

উত্তৰঃ গুৰুত্ৱপূৰ্ণ ব্য়ৱস্থা। 

৬। প্ৰাৰ্থী আৰু ভোটাৰসকলৰ বাবে নিয়মাৱলী কি কৰা হয়?

উত্তৰঃ প্ৰস্তুত কৰা হয়। 

৭। প্ৰাৰ্থীত্ৱ দাখিল কৰা নিৰ্বাচনী খৰচৰ হিচাব কি কৰা হয়?

উত্তৰঃ পৰীক্ষা কৰা হয়। 

৮। ওপৰোক্ত তিনিওবিধ নিৰ্বাচনৰ কাৰ্য্য়সমূহৰ ক্ষেত্ৰতো কি দেখিবলৈ পোৱা যায়?

উত্তৰঃ ভিন্নতা দেখিবলৈ পোৱা যায়। 

৯। গণতন্ত্ৰ সমতাৰ নীতিৰ ওপৰত কি?

উত্তৰঃ প্ৰতিষ্ঠিত।

১০। জনসাধাৰণৰ সকলোৱে অংশ ল'ব পৰাৰ কি থকা উচিত?

উত্তৰঃ অধিকাৰ থকা উচিত। 

১১। ভোটদানৰ অধিকাৰ নিদিলে আইন সভাত তেওঁলোকৰ কি নাথাকিব?

উত্তৰঃ প্ৰতিনিধি নাথাকিব। 

১২। দ্বিতীয় পৰ্য্য়ায়ত ভোটাৰ আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সংখ্য়াও যথেষ্ট কি থাকে?

উত্তৰঃ কম থাকে। 

১৩। সমষ্টিবোৰৰ চাৰিসীমাবোৰ কি কৰা হয়?

উত্তৰঃ নিৰ্দ্ধাৰণ কৰা হয়। 

১৪। মানুহৰ স্বাৰ্থক নিজৰ নিজৰ বৃত্তিৰ প্ৰতিনিধিয়ে কি কৰা উচিত?

উত্তৰঃ প্ৰতিনিধিত্ৱ কৰা উচিত।

১৫। জাৰ্মাণাৰ উইমাৰ সংবিধানতো ব্য়ৱস্থাৰ কি আছিল?

উত্তৰঃ প্ৰচলন আছিল। 

১৬। আনুপাতিক প্ৰতিনিধিত্ৱ পদ্ধতিত সাধাৰণ নিৰ্বাচন পদ্ধতিৰ কি নাথাকে?

উত্তৰঃ দোষসমূহ নাথাকে। 

১৭। পদ্ধতিমতে প্ৰত্য়েক সমষ্টিত কমেও তিনিখন কি থাকিব লাগিব?

উত্তৰঃ আসন থাকিব লাগিব। 

১৮। সীমিত ভোটদান পদ্ধতি বৰ্তমান কি হৈ থকা নাই?

উত্তৰঃ প্ৰচলিত হৈ থকা নাই। 

১৯। সংখ্য়ালঘু সম্প্ৰদায়কে প্ৰতিনিধিত্ৱ কৰাৰ কি কৰা হয়?

উত্তৰঃ ব্য়ৱস্থা কৰা হয়। 

২০। সঞ্চয়ী সংখ্য়ালঘুক কি দিয়াৰ বাবেই ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ প্ৰতিনিধিত্ৱ দিয়াৰ বাবেই ব্য়ৱহাৰ কৰা হয়।  



Type Bikash Bora