অধ্য়য়-১
ভাৰতৰ ইতিহাস
(খ্ৰীঃ ১২০৬-১৭৫৭)
(History of India (C.1206-1757)
১। সিংহানদেৱে আলাউদ্দিনৰ প্ৰতি বিশ্বাসী নাছিল আৰু কি ঘোষণা কৰিছিল?
উত্তৰঃ স্বাধীনতা ঘোষণা কৰিছিল। 

২। চুলটানৰ আধিপত্য় স্বীকাৰ কৰা কিছুমান কি আছিল?
ূীৈ উত্তৰঃ ৰাজ্য় আছিল। 

৩। ক্ষমতা লাভৰ পিছতে গিয়াছুদ্দিনে ৰাজকাৰ্য্য়ত কি দিছিল?
উত্তৰঃ মনোযোগ দিছিল। 

৪। ওৱাৰঙ্গল বিজয়ৰ পিছত উলুঘ খানে কত আক্ৰমণ কৰিছিল?
উত্তৰঃ উৰিষ্য়াত আক্ৰমণ কৰিছিল। 

৫। ভাৰতীয় মুদ্ৰাৰ ইতিহাসত কাৰ স্থান গুৰুত্বপূৰ্ণ?
 উত্তৰঃ মহম্মদ বিন টোগলৰ স্থান গুৰুত্বপূৰ্ণ। 

৬। ফিৰোজ ছাহ টোগলৰ জন্ম কিমান খৃঃত হৈছিল?
উত্তৰঃ ১৩০৯ খৃঃত হৈছিল। 

৭। মহম্মদ বিন টোগলক মধ্য়যুগৰ ভাৰতৰ এজন কি চুলতান?
উত্তৰঃ বিতৰ্কিত চুলতান। 

৮। ন'বল আৰু উচ্চ বিষয়ীবৰ্গ অধিক কি প্ৰদান কৰিছিল?
উত্তৰঃ ক্ষমতা প্ৰদান কৰিছিল। 

৯। ফিৰোজ ছাহক এজন আদৰ্শ মুছলমান শাসক বুলি কি কৰিছে?
উত্তৰঃ বৰ্ণনা কৰিছে। 

১০। জালামুখীত কিমানখন সংস্কৃত গ্ৰন্থ লাভ কৰিছিল?
উত্তৰঃ ৩০০ খন।

১১। বলবনৰ ৰাজত্বকালৰ অন্ত পৰাৰ পৰা বেংগল এখন কি ৰাজ্য় আছিল?
উত্তৰঃ স্বাধীন ৰাজ্য় আছিল। 

১২। দিল্লীৰ প্ৰজাৰ বাবেহে আৰু সেইসকলে প্ৰকৃত অৰ্থত কি হৈছিল?
উত্তৰঃ উপকৃত হৈছিল। 

১৩। আলাউদ্দিনৰ ৰছদ বা আহাৰ যোগানৰ প্ৰক্ৰিয়াটো কি?
উত্তৰঃ অভিনৱ আচনি। 

১৪। বজাৰৰ পৰা উভতি অহাৰ পিছত সামগ্ৰীবোৰৰ ওজন আৰু কি পৰীক্ষা কৰিছিল?
উত্তৰঃ মূল্য় পৰীক্ষা কৰিছিল।

১৫। আলাউদ্দিনৰ সংস্কাৰ নীতিৰ পৰা সৈনিক শ্ৰেণীৰ বাহিৰে অন্য় প্ৰজা কি হোৱা নাছিল?
উত্তৰঃ উৎসাহিত হোৱা নাছিল। 

১৬। কঠোৰ ব্য়ৱস্থা লোৱাৰ উপৰিও আইন ভংগকাৰীক কি প্ৰদান কৰিছিল?
উত্তৰঃ শাস্তী প্ৰদান কৰিছিল। 

১৭। আলাদ্দিন ন্য়ায় বিচাৰ কি আছিল?
উত্তৰঃ প্ৰিয় আছিল। 

১৮। দিল্লীৰ চুলতানসকলৰ ভিতৰত আলাউদ্দিনে কি স্থান অধিকাৰ কৰিছে?
উত্তৰঃ গুৰুত্বপূৰ্ণ স্থান কৰিছিল। 

১৯। ৰামচন্দ্ৰক কৰতলীয়া শাসক হিচাপে কি কৰিবলৈ অনুমতী দিছিল?
উত্তৰঃ কাৰ্য্য়নিৰ্বাহ কৰিবলৈ অনুমতি দিছিল। 

২০। ৰাজপুত মহিলাসকলে জহৰৰ জুইত কি হৈ গৈছিল?
উত্তৰঃ বিলনী হৈ গৈছিল। 



Type Bikash Bora 




Post ID : DABP005119