Indira Gandhi College, Boitamari (Bongaigaon)
ইন্দিৰা গান্ধী মহাবিদ্যালয়খন 1995 চনত স্থাপিত হৈছিল। মহাবিদ্যালয়খন শিক্ষাৰ্তীসকলৰ মাজত আইজিচি বোটামাৰী নামেৰে জনপ্ৰিয়। প্ৰতিষ্ঠানটোৱে ইউজিচি দ্বাৰা অনুমেদিত বিভিন্ন শৈক্ষিক পাঠ্যক্ৰম আগবঢ়ায়। গুৱাহাটি বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত এই মহাবিদ্যালয়খন ইয়াৰ শৈখিক মানণ্ডৰ বাবে ব্যাপক ভাৱে স্বীকূত। মহাবিদ্যালয়খনে সকলে আন্তঃগাঁতনিমোলক সুবিধা বিকশিত কৰিছে। সেইবোৰৰ ভিতৰত মূল চাবিকাঠি হৈছে হোষ্টেল, লাইব্ৰেৰী, লেবৰেটৰী, খেলপথাৰ, কেণ্টিণ, জিম, চিকিৎসা সহায়, শিক্ষা ঋণ, প্ৰেক্ষাগূহ, বূত্তি প্ৰাপ্ত কৰে।
আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।
Type- Suman Kakati