মা সৰস্বতী

মা সৰস্বতী

    মা সৰস্বতীঃ  মা সৰস্বতী হৈছে শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী আৰু জ্ঞান, কলা, সংগীত, আৰু প্ৰকৃতিৰ দেৱী। এই দেৱীক ভাৰতৰ বিভিন্ন প্ৰান্তত পূজা কৰা হয়, বিশেষকৈ পশ্চিম বংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা আদিত। বাঙালীসকলৰ বাবে, ই এক ডাঙৰ উৎসৱ কিয়নো আজিৰ দিনটোত, প্ৰতিখন বিদ্যালয়ত, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে শিক্ষাৰ দেৱীৰ উপাসনাৰ বাবে পুষ্পাঞ্জলি প্ৰদান কৰে। গতিকে এই দিনটোত আপোনালোকলৈ Daily Assamতৰফৰ পৰা মা সৰস্বতী পুজা শুভকামনা জ্ঞাপন কৰিলো।





Type- Bharat Kalita 



Post ID : DABP004136