অধ্য়য়-৩

ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃতি

(Nature of India's Democracy)

১। ভাৰতবৰ্ষ এখন কি গণতান্ত্ৰিক ৰাষ্ট্ৰ?

উত্তৰঃ সৰ্ব্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ। 

২। নীতি আদিৰ সৈতে উদাৰনীতিৰ কি ঘটা দেখা যায়?

উত্তৰঃ সংমিশ্ৰন ঘটা দেখা যায়। 

৩। গণতন্ত্ৰৰো কিছুমান কি নীতি দেখিবলৈ পোৱা যায়?

উত্তৰঃ সুকীয়া নীতি দেখিবলৈ পোৱা যায়। 

৪। জনসাধাৰণ বা ৰাইজ আৰু 'তন্ত্ৰ'ৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ শাসন। 

৫। নীতি নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ কি লাভ কৰে?

উত্তৰঃ সুবিধা লাভ কৰে। 

৬। ৰাজনৈতিক সমতাৰ পৰা কি কৰাও নহয়?

উত্তৰঃ বঞ্চিত কৰাও নহয়।

৭। কোনো ব্য়ক্তি বা গোষ্ঠীয়ে বিশেষ সুবিধা কি কৰিব নোৱাৰে?

উত্তৰঃ গ্ৰহণ কৰিব নোৱাৰো। 

৮। ৰাজনৈতিক সমতাৰ ওপৰত অধিক কি দিয়া হয়?

উত্তৰঃ গুৰুত্ব দিয়া হয়। 

৯। গণতন্ত্ৰৰ আন এটা উল্লেখযোগ্য় কি?

উত্তৰঃ বৈশিষ্ট্য়। 

১০। উদাৰ গণতন্ত্ৰৰ আন এটা গুৰুত্ৱপূৰ্ণ বৈশিষ্ট্য় কি?

উত্তৰঃ চৰকাৰখনৰ দায়বদ্ধতা। 

১১। আধুনিক ৰাষ্ট্ৰসমূহৰ প্ৰায়বোৰতেই উদাৰ গণতন্ত্ৰৰ পৰিসৰ কি পাবলৈ ধৰে?

উত্তৰঃ বৃদ্ধি পাবলৈ ধৰে। 

১২। শ্ৰেণী সংঘৰ্ষ তত্ত্ৱ মাৰ্ক্সীয় তত্ত্ৱৰ আন এটা কি নীতি?

উত্তৰঃ উল্লেখযোগ্য় নীতি। 

১৩। শ্ৰমিক এজনে ৮ ঘণ্টা শ্ৰম দান কৰি বিনিময়ত কিমান টকা মজুৰি হিচাপে লাভ কৰে?

উত্তৰঃ ৮০ চকা মজুৰি হিচাপে লাভ কৰে। 

১৪। শ্ৰমিক তথা সৰ্ব্বহাৰসকলে নিজৰ হাতলৈ আনি কি হয়?

ত্তৰঃ একনায়ক হয়। 

 ১৫। জনসাধাৰণৰ সামূহিক স্বাৰ্থ ৰক্ষাৰ্থে সন্মতিক্ৰমে কি গ্ৰহণ কৰা হয়?

উত্তৰঃ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

১৭। কংগ্ৰেছ সভাখনে সৰ্ব্বহাৰা শ্ৰেণীৰ স্বাৰ্থ পূৰণৰ হকে কাৰ্য কি কৰে?

উত্তৰঃ সম্পাদন কৰে। 

১৮। ব্য়ক্তি বা গোটৰ মাজত এলিট ব্য়ৱস্থাৰ কি ঘটে?

উত্তৰঃ প্ৰচলন ঘটে। 

১৯। গণতন্ত্ৰৰ এলিট তত্ত্ৱটো কেইটামান দিশত কি কৰিব পৰা যায়?

উত্তৰঃ সমালোচনা কৰিব পৰা যায়।

২০। দ্বিতীয়, এলিট তত্ত্ৱৰ গণতান্ত্ৰিক শাসন ব্য়ৱস্থাত কি ক্ষমতা সীমিত?

উত্তৰঃ জনসাধাৰণৰ ক্ষমতা সীমিত।  



Type Bikash Bora