অনুশীলনী 1.4



1. ক্ৰমাগত পৰিৱৰ্তনৰ সহায়ত 3.765 সংখ্য়াটো সংখ্য়া ৰেখাত প্ৰদৰ্শন কৰা।

সমাধানঃ এতিয়া ক্ৰমান্বয়ে পৰিৱৰ্তন পদ্ধতি দ্বাৰা অগ্ৰসৰ হব লাগিব পৰিৱৰ্তন পদ্ধতি দ্বাৰা দেখা যায় যে 3.765, 3 আৰু 4 মধ্য়ৱতী। বন্ধ অন্তৰাল (3,4)— ক দহটা ভাগত ভাগ কৰা হল আৰু এটা পৰিবধন কাঁচৰ মাধ্য়মেতে [3.7, 3.8] চোৱা হল।



2. 4.26 সংখ্য়াটো চতুৰ্থ দশমিক স্থানলৈ সংখ্য়াৰেখাত প্ৰদৰ্শন কৰা।

সমাধানঃ এতিয়া ক্ৰমান্বয়ে পৰিৱধন পদ্ধতিৰ দ্বাৰা অগ্ৰসৰ হলে দেখা যায় যে 4.2626.... 4 আৰু 5 ৰ মাজৰ অৱস্থিত অৰ্থাৎ ই বন্ধ অন্তৰাল [4,5]— ত অন্তভূক্ত। [4,5] বন্ধ আন্তৰালটোক ভাগত ভাগ কৰি পৰিৱধৰ্ন কাঁচেৰে [4.2, 4.3]। এইকেইটা [4.2, 4.3] ক দহটা ভাগত ভাগ কৰি [4. 26, 4.26 3 [4.26, 4.27] ক পৰিৱধন কাঁচেৰে চাই [4.26, 4..27] আন্তৰালক আকৌ দহটা ভাগত ভাগ কৰি [4.262,4.263] আন্তৰালটো হ’ল।


Type: Monikongkona Saikia 





Post ID : DABP004865