অধ্যায় ১১

চক্ৰধ্বজ সিংহ

চমু প্ৰশ্নউওৰঃ

১)কোনজন ৰজাৰ দিনত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ নিৰ্ধাৰণ কৰা হয়?

উওৰঃ জয়ধ্বজ সিংহ।

২)কিমান খ্ৰিষ্টাব্দত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে?

উওৰঃ ১৬৬৩ খ্ৰিষ্টাব্দত।

৩)উওৰ পাৰৰ আৰু দক্ষিণপাৰৰ চুক্তি কাৰ কাৰ মাজত হৈছিল?

উওৰঃ জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ।

৪)বানচঙ্গীয়া নগা আৰু মিৰিবিলাকে কাৰ লগ হৈ আহোম ৰাজ্য আক্ৰমণ কৰে?

উওৰঃ ডফলাৰ।

৫)'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি কোনে কৈছিল?

উওৰঃ লাচিত বৰফুকন।

৬)'আলাবৈ' নামে ঠাইত কিমান খ্ৰিষ্টাব্দত আহোম আৰু মোগলৰ এখন যুদ্ধ লাগে?

উওৰঃ ১৬৬৯ খ্ৰিষ্টাব্দত।

৭)মোগলৰ বাবে সুচল হৈ থকা যুদ্ধত আহোমে পৰাজয় বৰণ কৰি কিমান সৈন্য হেৰুৱাব লগা হৈছিল?

উওৰঃ ১০,০০০ ।

৮)যুদ্ধত বহুতো সৈন্য হেৰুৱাৰ কাৰণে লাচিত বৰফুকন দুখত ভাগি পৰাত কোনে তেওঁক অনুপ্ৰেৰণা দিছিল?

উওৰঃ বুঢ়াগোঁহাই।

৯)'বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিয়া'ৰ প্ৰতিজ্ঞাত কোনে অটল হৈ আছিল?

উওৰঃ লাচিত বৰফুকন।

১০)চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত ৰাজধানীত কোন ৰজা হয়?

উওৰঃ উদয়াদিত্য।

Author - Pompi Hazarika