অধ্যায় ৮

স্বৰ্গদেউ চুহুংমুং


চমু প্ৰশ্নউওৰঃ


১) কোনজন ৰজাৰ দিনৰ পৰা আহামসকলক স্বৰ্গদেউ বোলা হৈছিল?

উওৰঃ চুহুংমুঙৰ।

২) টাই ভাষাত ৰজাক কি বুলি কোৱা হৈছিল?

উওৰঃ চাও-ফা।

৩) 'চাও' মানে কি?

উওৰঃ ৰজা বা সন্মানীয় ব্যক্তি।

৪) 'ফা'মানে কি?

উওৰঃ স্বৰ্গ ।

৫)আহোমসকলে নিজকে কাৰ বংশধৰ বুলি ভাৱিছিল?

উওৰঃ ইন্দ্ৰৰ।

৬)চুহুংমুঙৰ দেউতাকৰ নাম কি?

উওৰঃ চুপিমফা।

৭)চুহুংমুঙৰ অৰ্থ কি?

উওৰঃ বিখ্যাত দেশৰ বাঘ।

৮)চুহুংমুং দিহিং নৈ পাৰলৈ ৰাজধানী তুলি আনিছিল কাৰণে তেওঁক কি ৰজা বুলি কোৱা হয়?

উওৰঃ দিহিঙীয়া ৰজা।

৯) অসমৰ ইতিহাসৰ মহিয়সী নাৰী মূলা গাভৰু কাৰ পত্নী আছিল?

উওৰঃ ফ্ৰাচেংমুং বৰগোহাঁই।

১০)চুহুংমুঙৰ দিনত চুতীয়াৰ ৰজা কোন আছিল?

উওৰঃ চন্দ্ৰনাৰায়ণ।

১১)থাপিত-সাঞ্চিত  অৰ্থ কি?

উওৰঃ তলতীয়া শাসনকৰ্তা।

১২) ধনশিৰি উপত্যকাৰ নামনি অঞ্চলটো চোৱা-চিতা কৰিব কাৰণে কিহৰ পদৰ সৃষ্টি কৰিছিল?

উওৰঃ 'মৰঙ্গীখোৱা গোহাঁই'।

১৩) কৰতলীয়া ৰজাজনৰ নাম কি?

উওৰঃ ডেটচুং।

১৪)কিমান খ্ৰি.ত পোন প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল?

উওৰঃ ১৫২৭ খ্ৰি.ত।

১৫) 'স্বৰ্গনাৰায়ণ' কোনগৰাকী আহোম স্বৰ্গদেউৰ হিন্দু নাম?

উওৰঃ চুহুংমুং।

১৬)কোনগৰাকী আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দুৰ শকাব্দ মতে বছৰ গণনা নিয়ম আৰম্ভ হয়?

উওৰঃ চুহুংমুং।

১৭)লাক্নি কি?

উওৰঃ বছৰ গণনা কৰা।

১৮)স্বৰ্গদেউৰ সৰ্বশ্ৰেষ্ঠ ৰজা চুহুংমুং ৰ মৃত্যু ঘটিছিল?

উওৰঃ ১৫৩৯ খ্ৰি.ত।

১৯) 'বৰপাত্ৰ গোহাঁই' পদবীধাৰী প্ৰথমগৰাকী ব্যক্তিৰ নাম কি?

উওৰঃ কনচেং বা নগা।

২০)কিমান খ্ৰি.ৰ যুদ্ধত মুছলমানক হৰুৱাই আহোমে কি কি কাঢ়ি লৈছিল?

উওৰঃ ৪০টা ঘোঁৰা, ২০\৪০ টামান কামান।



Author : Pompi Hazarika

Check by - Mukesh Borah