অধ্যায় ৯ 

চুচেংফা বা প্ৰতাপসিংহ

চমু প্ৰশ্নউওৰঃ

১) কিমান খ্ৰিষ্টাব্দত চুচেংফাই আহোম ৰাজপাটত উঠিছিল?

উওৰঃ ১৬০৩ খ্ৰি.ত।

২)চুচেংফাক কিয় বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জানিছিল?

উওৰঃ ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰ।

৩) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল?

উওৰঃ প্ৰতাপসিংহ।

৪)প্ৰতাপসিংহৰ ৰাজত্বকালত কেইটা আলি বা পথৰ নিৰ্মাণ কৰিছিল? 

উওৰঃ ১১ টা।

৫)তাঁতীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰা ঠাইখনৰ নাম?

উওৰঃ শুৱালকুছিত।

৬)তেলীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰি দিয়া ঠাইখনৰ নাম?

উওৰঃ ৰামদিয়াত।

৭)শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উওৰঃ তাঁতশালৰ কাপোৰ।

৮)আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা জনৰ নাম কি?

উওৰঃ মোমাই তামুলী।

৯)অসমৰ প্ৰথম জন বৰফুকনৰ নাম কি?

উওৰঃ লাঙ্গী পানীসিয়া।

১০) কোনজন ৰজাই গজপতি উপাধি লৈছিল?

উওৰঃ প্ৰতাপসিংহই গজপতি উপাধি লৈছিল।



Author : Pompi Hazarika