What is the full form of PDF?

 পিডিএফৰ সম্পূৰ্ণ ৰূপ কি?

Answer:  "portable document format"

PDF (পিডিএফ)ৰ অৰ্থ হৈছে "Portable document format" ("পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট")। মূলতঃ, যেতিয়া সংশোধন কৰিব নোৱাৰা File  (ফাইল)বোৰ সংৰক্ষণ কৰিব লগা হয় কিন্তু তথাপিও সহজে ভাগ বতৰা আৰু Printed (প্ৰিণ্ট) কৰিব লগা হয় তেতিয়া Format (ফৰ্মেট)টো ব্যৱহাৰ কৰা হয়। প্ৰায় সকলো কম্পিউটাৰত Adobe Reader (এডোব ৰিডাৰ) বা আন Program (প্ৰ'গ্ৰাম)ৰ এটা সংস্কৰণ আছে যিয়ে এটা PDF File (পিডিএফ ফাইল) পঢ়িব পাৰে।



Himadree Bora