What is the Internet?   

ইণ্টাৰনেট কি?  

Answer: Internet (ইণ্টাৰনেট) হৈছে এক বিশাল Network (নেটৱৰ্ক) যি সমগ্ৰ বিশ্বৰ কম্পিউটাৰক সংযোগ কৰে। Internet (ইণ্টাৰনেট)ৰ জৰিয়তে, মানুহে তথ্য ভাগ বতৰা কৰিব পাৰে আৰু Internet (ইণ্টাৰনেট) সংযোগৰ সৈতে যিকোনো স্থানৰ পৰা যোগাযোগ কৰিব পাৰে।      



Himadree Bora