What is the name of Indian supercomputer?

 ভাৰতীয় চুপাৰ কম্পিউটাৰৰ নাম কি?

Answer:  PARAM Siddhi-AI 

PARAM Siddhi-AI (পৰম সিদ্ধি-এআই) হৈছে এক উচ্চ-প্ৰদৰ্শন Computing (কম্পিউটিং)-কৃত্ৰিম বুদ্ধিমত্তা HPC-AI (এইচপিচি-এআই) আৰু এতিয়ালৈকে ভাৰতত বিকশিত দ্ৰুততম Supercomputer (চুপাৰ কম্পিউটাৰ)।



Himadree Bora