Chapter 5


ভাৰতবৰ্ষৰ শিক্ষাত সাম্প্ৰতিক বিকাশ আৰু কাৰ্যসূচী

(Recent Development and Programmes in India Education)


অতি চমু প্ৰশ্ন আৰু উত্তৰ (অতিৰিক্ত)

1. মানুহ কি?

উত্তৰঃ মানুহেই হৈছে একমাত্ৰ প্ৰাণী যিয়েই জ্ঞানৰ পৰা সফলতা লাভ কৰে।

2. কিমান চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিংএ ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰিছিল।

উত্তৰঃ ২০০৫ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিংএ ৰাষ্ট্ৰীয় জ্ঞান আয়োগ গঠন কৰিছিল।

3. ক'ত জ্ঞান সম্পসাৰণ কৰাটো প্ৰয়োজনীয়।

উত্তৰঃ সমাজত জ্ঞান সম্পসাৰণ কৰাটো প্ৰয়োজনীয়।

4. বৰ্তমানৰ সফল গৱেষণাৰ মূল চাবিকাঠি কি?

উত্তৰঃ বৰ্তমানৰ সফল গৱেষণাৰ মূল চাবিকাঠি হ'ল তথ্য আৰু সম্পদৰ বিতৰণ।

5. জ্ঞান সমষ্টি কি?

উত্তৰঃ জ্ঞান সমষ্টিৰ এ হ'ল চালিকা শক্তি।

6. কৃষি কি?

উত্তৰঃ কৃষি হৈছে ভাৰতবৰ্ষৰ আত্মস্বৰূপ।

7. কিমান চনত সংসদত বিজ্ঞান আৰু অভিযান্ত্ৰীক গৱেষণা সংস্থাৰ বিল উত্থাপন কৰা হৈছিল।

উত্তৰঃ ২০০৮ চনত সংসদত বিজ্ঞান আৰু অভিযান্ত্ৰীক গৱেষণা সংস্থাৰ বিল উত্থাপন কৰা হৈছিল।

8. বিশ্ববিদ্যালয় কি?

উত্তৰঃ বিশ্ববিদ্যালয় হৈছে এক স্থান য'ত নতুন ধাৰণা অংকুৰিত হয়।

9. নতুনকৈ গঠড় কৰা ৰ সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় কি?

উত্তৰঃ নতুনকৈ গঠড় কৰা ৰ সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় হ'ল পাঠ্যক্ৰমৰ সংস্কাৰ।

10. ভাৰতবৰ্ষ কি?

উত্তৰঃ ভাৰতবৰ্ষ হ'ল অঞ্চল, ধৰ্ম, ভাষা, সংস্কৃতি আৰু ভৌগলিক পৰিৱেশ দিশেৰে ভিন্ন বৈচিত্ৰ্যৰ দেশ।

Author: Ikhant Bora