43/ প্ৰায়োগিক ব্যাকৰণৰ উদ্দেশ্য কি ? 

উত্তৰ: প্ৰয়োগিক ব্যাকৰণত কোনো এটা ভাষাৰ ধ্বনিৰূপ আৰু বাক্য গাঁথনি আলোচনা কৰি উদাহৰণৰ সহায়ত তাক বিশ্লেষণ কৰা হয় |




Parina Hazarika 




Post ID: DABP001717