অধ্যায় ২

পূৰ্ণ সংখ্যা (Whole Numbers)

অনুশীলনী 2 (B) 


1. শুদ্ধ নে অশুদ্ধ লিখা ।

a) পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয় ।

b) পূৰ্ণ সংখ্যাৰ যোগ প্ৰক্ৰিয়াই ক্ৰম বিনিময় ধৰ্ম মানি নচলে ।

c) পূৰ্ণ সংখ্যাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া দুটাই সন্মিলন বিধি মানি চলে ।

d) 6 ➗ 0 = 0

e) 0 ➗ 15 = 0

f) 0 ➗ 0 = 1

g) 25 ✖ 18  ✖ 27 ✖ 45  = 45 ✖  27 ✖ 25 ✖ 18

h) যোগাত্মক একক মৌলটো 1 ।

i) গুনাত্মক একক মৌলটো 1 ।

j) পূৰ্ণ সংখ্যাৰ বিয়োগ প্ৰক্ৰিয়াই সদায় সন্মিলন বিধি মানি চলে ।


2. উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা ।

i) 913 + 503 + 87

ii) 262 + 1875 + 338 + 125

iii) 30 + 31 + 32 + 33 + 34 + 35 + 36 + 37 + 38 + 39 + 40

iv) 3001 + 5030 + 999 + 670

v) 1 + 2 + 3 + 4 + 5 + 995 + 996 + 997 + 998 + 999


3. উপযুক্ত ক্ৰমত সজাই লৈ পূৰণফল উলিওৱা ।

i) 2 ✖ 67 ✖ 5

ii) 25 ✖ 932 ✖ 4

iii) 2 ✖ 612 ✖  50 ✖ 25 ✖ 4

iv) 315 ✖ 8 ✖ 20 ✖ 125 ✖ 5

v) 40 ✖ 431 ✖ 125 ✖ 25 ✖ 8


4. বিয়োগ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা ।

i) 162 ✖ 6 + 162 ✖ 4

ii) 396 ✖ 97 + 396 ✖ 3

iii) 1764 ✖ 60 + 1764  ✖ 35 +  1765 ✖ 5

iv) 13961 ✖ 99 + 13961


5. উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলবোৰ উলিওৱা ।

i) 437 ✖  102

ii) 1567 ✖ 1001

iii) 329 ✖  1009

iv) 101 ✖ 6238


6. এজন মানুহে সোমবাৰে 5 কিল'গ্ৰাম, মঙলবাৰে 2 কিল'গ্ৰাম আৰু বুধবাৰে 8 কিল'গ্ৰাম চাউল কিনিলে । যদি প্ৰতি কিল'গ্ৰাম চাউলৰ মূল্য 52 টকা হয়, তেন্তে আটাইখিনি চাউলৰ বাবে মানুহজনে কিমান টকা দিবলগীয়া হ'ল ?



Question Type By- Himadree Bora