প্ৰবন্ধ

তৃতীয় গোট 

১। বেণুধৰ শৰ্মা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ বেণুধৰ শৰ্মা ১৮৯৯ চনত জন্ম হৈছিল। 

২। ডিম্বেচৰ নেওগ কিমান চনত আৰু কোনখন গাঁৱত জন্ম হৈছিল?

উত্তৰঃ তেওঁ ১৮৯৯ চনৰ শিৱসাগৰৰ কমাৰদফীয়া গাঁৱত জন্ম হৈছিল।

৩। কিমান চনত বেণুধৰ শৰ্মা সাহিত্য সভাৰ সভাপতি  আছিল?

উত্তৰঃ ১৯৫৬ চনত বেণুধৰ শৰ্মা সাহিত্য সভাৰ সভাপতি আছিল।

৪। মণিৰাম দেৱানৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ মণিৰাম দেৱানৰ জন্ম ১৮০৬চনত হৈছিল।  

৫। ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতি আসন কোনে অলংকৃত কৰিছিল?

উত্তৰঃ ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিতঅধিবেশনৰ সভাপতি আসন ডিম্বেচৰ নোওগে অলংকৃত কৰিছিল। 

৬। ডিম্বেচৰ নেওগ কিমান বছৰ বয়সত মৃত্যু হৈছিল?

উত্তৰঃ ডিম্বেচৰ নেওগ ৬৭ বয়সত মৃত্যু হৈছিল। 

৭। সাহিত্য অকাডেমী লাভ কৰা দ্বিতীয় জন অসমীয়া ব্যক্তিৰ নাম কি আছিল?

উত্তৰঃ সাহিত্য অকাডেমী লাভ কৰা দ্বিতীয় জন অসমীয়া ব্যক্তিৰ নাম হ'ল- বেণুধৰ শৰ্মা।

৮। ডিম্বেচৰ নেওগৰ কবিতা পুথি দুখনৰ নাম লিখা।     

উত্তৰঃ ডিম্বেচৰ নেওগৰ কবিতা পুথি দুখনৰ নাম হ'ল- মালিকা, সফুঁৰা। 

৯। লোকগীতৰ ভাবধাৰাক কি বুলি জনা যায়?

উত্তৰঃ লোকগীতৰ ভাবধাৰাক বিশ্বজনীন বৰুলি জনা যায়। 

১০। লোকসাহিত্যক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ লোকসাহিত্য তিনিটা ভাগত ভাগ কৰা হৈছে।

১১। কোনে 'বিহুগীত আৰু বনঘোষা' নামৰ গ্ৰন্থত বনঘোষাক গৰখীয়া নাম বুলি উল্লেখ কৰিছে?

উত্তৰঃ ড° লীলা গগৈ 'বিহুগীত আৰু বনঘোষা' নামৰ গ্ৰন্থত বনঘোষক গৰখীয়া নাম বুলি উল্লেখ কৰিছে।

১২। স্বাধীনতা সংগ্ৰামৰ চতুৰ্থজন আছামীৰ নাম কি?

উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ চতুৰ্থজন আছামীৰ নাম হ'ল মণিৰাম দেৱান।

১৩। বেুণুধৰ শৰ্মা তিনিখন উল্লেখযোগ্য ৰচনাৰ নাম লিখা।

উত্তৰঃ বেণুধৰ শৰ্মা তিনিখন ৰচনাৰ নাম হ'ল জৱাহৰলালৰ জীৱনী, ৰাংপতা, মণিৰাম দেৱান।

১৪। কিমান শতিকাৰ অসমীয়া সামজ জীৱনৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হ'ল মণিৰাম দেৱান?

উত্তৰঃ ঊনৈশ কিমান শতিকাৰ অসমীয়া সামজ জীৱনৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হ'ল মণিৰাম দেৱান।

১৫। কিমান চনত গঠিত 'আছাম টি কোম্পানী' ৰ দেৱান পদত অধিষ্ঠিত হয়?

উত্তৰঃ ১৮৩৯ চনত চনত গঠিত 'আছাম টি কোম্পানী' ৰ দেৱান পদত অধিষ্ঠিত হয়।

১৬।  বেণুধৰ শৰ্মা কিমান চনত মৃত্যু হৈছিল?

উত্তৰঃ বেণুধৰ শৰ্মা ১৯৮১ চনত মৃত্যু হৈছিল।        

১৭। সাহিত্যৰাজিকক কি বুলিও কোৱা হয়? 

উত্তৰঃ সাহিত্যৰাজিকক জনসাহিত্য বুলিও কোৱা হয়।

১৮। লোকসাহিত্য ভাগ কেইটা কি কি?

উত্তৰঃ লোকসাহিত্য ভাগ কেইটা হ'ল সাধুকথা, লোকগীত আৰু ফকৰা যোজনা ।

১৯। ডিম্বেশ্বৰ নেওগৰ কোনখন ভোগজৰা উল্লেখযোগ্য লোকসাহিত্য গ্ৰন্থ?

উত্তৰঃ ডিম্বেশ্বৰ নেওগৰ 'আকুল পথিক' ভোগজৰা উল্লেখযোগ্য লোকসাহিত্য গ্ৰন্থ।

২০। বনঘোষাসমূহৰ সৃষ্টিৰ মূল উৎস কি?

উত্তৰঃ বনঘোষাসমূহৰ সৃষ্টিৰ মূল উৎস হ'ল প্ৰকৃতিৰ বহল বক্ষ। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type By- Parina Hazarika 




Post ID: DABP001697