অধ্যায় 3

গ. সা. উ. আৰু ল.খা. গু. (HCF and LCM)

অনুশীলনী 3 (A)


1. তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ।

i) তলৰ কোনযোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা ?

(a) 8, 10

(b) 9, 10

(c) 6, 8

(d) 15, 18


ii) তলৰ কোনটো মৌলিক সংখ্যা ?

(a) 115

(b) 139

(c) 161

(d) 203


iii) দুটা ক্ৰমিক স্বাভাবিক সংখ্যাৰ গ. সা. উ. কি ?


(iv) দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গ. সা. উ. কি ?


(v) যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয়, তেন্তে a, bৰ গ. সা. উ. কিমান হ'ব?


(vi) যদি b, aৰ উৎপাদক হয় তেন্তে a আৰু bৰ গ. সা. উ. কি ?


2. তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ. সা. উ. কি ?

(i) 28 আৰু 24

(ii) 48 আৰু 72

(iii) 70 আৰু 84

(iv) 104 আৰু 117

(v) 525 আৰু 875

(vi) 108, 180 আৰু 144

(vii) 396, 363 আৰু 330

(viii) 120, 960 আৰু 600

(ix) 106, 159 আৰু 371

(x) 1794, 2346, 4761


3. তলৰ সংখ্যাবোৰৰ চুটি হৰণৰ নিয়মেৰে গ. সা. উ. নিৰ্ণয় কৰা ।

(i) 108 আৰু 96

(ii) 160 আৰু 176

(iii) 85 আৰু 102

(iv) 2700 আৰু 1728

(v) 5400 আৰু 7560

(vi) 150, 140, 210

(vii) 90, 108, 126

(viii) 216, 240, 264

(ix) 324, 360, 396

(x) 32, 64, 96, 128


4. দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গ. সা. উ. নিৰ্ণয় কৰা ।

(i) 21 আৰু 1176

(ii) 504 আৰু 980

(iii) 513 আৰু 783

(iv) 3528 আৰু 3969

(v) 1045 আৰু 1520

(vi) 3192 আৰু 14280

(vii) 2860, 3146 আৰু 3718

(viii) 3780, 5040 আৰু 4725

(ix) 3570, 4080 আৰু 4590



Question Type By- Himadree Bora