আৰ্যভিন্ন ভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধ

অধ্য়ায়- ৩ 

(ASM-HC-4026)

প্ৰশ্নাৱলী 

অতী চমু প্ৰশ্ন                                                                                                                                             

(১) অসমত প্ৰচলিত আৰ্য - ভিন্ন ভাষা পৰিয়াল কেইটা ?

উত্তৰঃ


(২) ভাৰতত কেইটা ভাষা পৰিয়ালৰ আছে ?

উত্তৰঃ


(৩) ভাৰতত আটাইতকৈ উল্লেখযোগ্য় পৰিয়ালটোৰ নাম কি ?

উত্তৰঃ


(৪) ভাৰতৰ দ্বিতীয় বৃহৎ পৰিয়াল কোনটো ?

উত্তৰঃ


(৫) চীন - তিব্বতীয় ভাষা পৰিয়ালৰ উৎপত্তি স্থল ক'ত ?

উত্তৰঃ


(৬) অসমত বড়ো সাহিত্য় সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰঃ


(৭) প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ বড়ো ভাষা বিষয়ক পুথিখনৰ নাম কি  ?

উত্তৰঃ


(৮) বড়ো ভাষাক অসম চৰকাৰে কেতিয়া স্বীকৃতি দিছে  ?

উত্তৰঃ


(৯) বড়ো ভাষা ৰাজ্য়িক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে  ?

উত্তৰঃ


(১০) বড়ো ভাষাক সংবিধানৰ কিমান অনুসূচীত অন্তৰ্ভূক্ত কৰা হৈছে ?

উত্তৰঃ


(১১) উপেন ৰাভা হাকাচামে বড়ো ভাষাক কেইটা উপভাষাত ভাগ কৰিছে ?

উত্তৰঃ


(১২) ৰাভা ভাষাৰ কোনটো ভাষা মান্য় ভাষা ?

উত্তৰঃ


(১৩) ১৯৭১ চনৰ লোক পিয়ল অনুযায়ী ৰাভাৰ জনসংখ্য়া কিমান ?

উত্তৰঃ


(১৪) ৰাভা ভাষা পৰিষদ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ


(১৫) কাৰ্বি ভাষাৰ প্ৰধান উপভাষা কেইটা ?

উত্তৰঃ


(১৬) কাৰ্বি ভাষা অসমৰ কোন জিলাত বেছি প্ৰচলিত ?

উত্তৰঃ


(১৭) মিচিং ভাষা অসমৰ কোন অঞ্চলত বেছি প্ৰচলিত ?

উত্তৰঃ


(১৮) মিচিং ভাষাৰ উপভাষা কেইটা ?

উত্তৰঃ


(১৯) ডিমাচা ভাষাৰ প্ৰধান শাখা কেইটা ?

উত্তৰঃ


(২০) ২০০১ চনৰ লোকপিয়ল অনুযায়ী দেউৰীৰ জনসংখ্য়া কিমান ? 

উত্তৰঃ


(২১) দেউৰীসকলে মাতৃভাষা হিচাপে কি ভাষা ব্য়ৱহাৰ কৰে ?

উত্তৰঃ


(২২) টাইসকল ক'ৰ বহৎ জনগোষ্ঠী ? 

উত্তৰঃ


(২৩) টাই - আহোমসকল অসমত কেতিয়া প্ৰব্ৰজন হৈছিল ?

উত্তৰঃ


(২৪) টাই - আহোম ভাষাত ৰচিত সাহিত্য়ক কেইটাভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ


(২৫) খামটিসকলৰ অতীতত বসতি ক'ত আছিল?

উত্তৰঃ


(২৬) খাছীসকল কোন ভাষা গোষ্ঠীৰ লোক ?

উত্তৰঃ


(২৭) খাচী ভাষাৰ প্ৰধান উপভাষা কেইটা ?

উত্তৰঃ


(২৮) মুণ্ডাৰী শব্দৰ অৰ্থ কি ?

উত্তৰঃ


(২৯) মুণ্ডাৰী ভাষাৰ প্ৰধান উপভাষা কেইটা ?

উত্তৰঃ


(৩০) দ্ৰাবিড়ী ভাষা পৰিয়ালৰ ভাগকেইটা ?

উত্তৰঃ


(৩১) 'অসম' নামটো উল্লেখ কেতিয়ালৈ পাবলৈ নাচিল ?

উত্তৰঃ


(৩২) পূৰ্ব মাগধী অপভ্ৰংশক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ


(৩৩) অসমীয়া ভাষাৰ জন্ম কেতিয়া  হৈছিল ?

উত্তৰঃ


(৩৪) বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি  ?

উত্তৰঃ


(৩৫) অসমীয়া ভাষালৈ অনা - আৰ্য ভাষাৰ উপাদানকেইটা দিশত আলোচনা কৰিব পাৰি  ?

উত্তৰঃ


(৩৬) অসমৰ ভাষা পুথিখনৰ লেখক কোন  ?

উত্তৰঃ


চমু প্ৰশ্ন ঃ

(১) চীন - তিব্বতবৰ্মী ভাষা পৰিয়ালৰ জন্মস্থান ক'ত  ?

উত্তৰঃ


(২)  চীন - তিব্বতবৰ্মী ভাষা পৰিয়ালৰ প্ৰধান দুটা শাখা কি কি  ?

উত্তৰঃ


(৩) তিব্বতবৰ্মী শাখাটো কেইটা উপশাখাত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ


(৪) বড়ো ভাষা বিশেষকৈ কোন কোন অঞ্চলত প্ৰচলিত আছে ?

উত্তৰঃ


(৫) ৰাভা ভাষাৰ প্ৰধান উপভাষাকেইটা আৰু কি কি ?

উত্তৰঃ


(৬) ৰাভা ভাষা অসমৰ কোন অঞ্চলত বেছি প্ৰচলিত ?

উত্তৰঃ


(৭) কাৰ্বি ভাষাৰ প্ৰধান উপভাষা কেইটা আৰু কি কি ?

উত্তৰঃ


(৮) মিচিং ভাষাৰ উপভাষা কেইটা আৰু কি কি ?

উত্তৰঃ


(৯) ডিমাচা ভাষাৰ প্ৰধান চাৰিটা শাখা কি কি ?

উত্তৰঃ


(১০) দেউৰীসকলৰ আৰাধ্য় দেৱ - দেৱী আৰু নদীকেন্দ্ৰিক অনুযায়ী কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ? 

উত্তৰঃ


(১১) টাই ভাষাৰ লোকসকল ক'ত ক'ত আছে ?

উত্তৰঃ


(১২) টাই - আহোম ভাষাত ৰচিত সাহিত্য়ৰ ভাগ কেইটা কি কি ?

উত্তৰঃ


(১৩) খামতি ভাষাৰ লোকসকল অতীজৰ পৰা কত বসবাস কৰি আহিছে ?

উত্তৰঃ


(১৪) অস্ট্ৰিক ভাষাৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ


(১৫) এস্ট্ৰো - এছিয়াটিক শাখাক কি কি ভাগত ভাগ কৰা হৈছে ।

উত্তৰঃ


(১৬) খাচী ভাষাৰ লোক অসমৰ কত কত আছে ?

উত্তৰঃ


(১৭) মুণ্ডাৰী ভাষা কোৱা লোক অসমৰ বাহিৰেও আৰু কত কত আছে ?

উত্তৰঃ


(১৮) মুণ্ডাৰী ভাষাৰ প্ৰধান চাৰিটা উপভাষা কি কি ?

উত্তৰঃ


(১৯) দ্ৰাবিড় ভাষাৰ উপভাষা কেইটা আৰু কি কি ?

উত্তৰঃ


(২০) পূৰ্ব - মাগধী অপভ্ৰংশৰ ভাগ কেইটা কি কি ?

উত্তৰঃ


ৰচনাধৰ্মী প্রশ্ন :                                                                                                                                             

(১) চীন-তিব্বতীয় ভাষা পৰিয়ালৰ জন্ম স্থান ক’ত, কেনেকৈ হৈছিল বৰ্ণনা কৰি যিকোনো এটিৰ মানচিত্র উল্লেখ কৰা।

উত্তৰঃ


 (২) অসমৰ তিব্বতবৰ্মী ভাষা পৰিয়ালৰ বিষয়ে বহলাই বৰ্ণনা কৰা।

উত্তৰঃ


 (৩) মিচিং আৰু ডিমাচা জনগোষ্ঠীৰ ভাষা সম্পর্কে লিখা। 

উত্তৰঃ


(৪) টাই-আহোম ভাষা জনগোষ্ঠীৰ লোকসকল অসমত ক’ত কেনেকৈ বসবাস কৰি আছে বর্ণনা কৰা। 

উত্তৰঃ


(৫) অষ্ট্ৰিক ভাষা পৰিয়ালৰ বিষয়ে বর্ণনা কৰা। 

উত্তৰঃ


(৬) খাছী ভাষা কোৱা জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে লিখা। 

উত্তৰঃ


(৭) দ্রাবিড় ভাষা পৰিয়ালৰ বিষয়ে বর্ণনা কৰা৷

উত্তৰঃ


(৮) অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে থকা মতবাদবোৰ বৰ্ণনা কৰা।

উত্তৰঃ


 (৯) চীন-তিব্বতবর্মী ভাষা পৰিয়ালৰ ভাষাৰ উপাদান অসমীয়া ভাষাত কি কি দিশৰ ওপৰত পৰিছে বৰ্ণনা   কৰা।

উত্তৰঃ


 (১০) অসমীয়া ভাষাৰ ওপৰত অষ্ট্রিক ভাষাৰ প্ৰভাৱৰ বিষয়ে এটি প্ৰবন্ধ যুগুত কৰা।

উত্তৰঃ


Question Type By- Prabal konwar