Lesson-3
তথ্য় সংকলন
অনুশালনী
1. তলৰ কোনটো বিকল্প সত্য় ?
(i) উচ্চ মধ্য়মান সমান হয় ঃ
(a) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ গড়ৰ।
(b) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেমী সীমাৰ পূৰণফল
(c) উচ্চ শ্ৰেণী সীমা আৰু নিম্ন শ্ৰেণী সীমাৰ অনুপাতৰ
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ
(ii) দুটা চলকৰ বাৰংবাৰতা বিভাজনক কোৱা হয়
(a) একচলকযুক্ত বিভাজন
(b) দ্বি-চলকযুক্ত বিভাজন
(c) বহুচলকযুক্ত বিভাজন
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ
(iii) শ্ৰেণীকৃত তথ্য়ত পাৰিসাংখ্য়িক গণনা ভিত্তি কৰে
(a) আবেক্ষণৰ প্ৰকৃত মানৰ ওপৰত
(b) উচ্চ শ্ৰেণী সীমাৰ ওপৰত
(c) নিম্ন শ্ৰেণী সীমাৰ ওপৰত
(d) শ্ৰেণীৰ মধ্য়মানৰ ওপৰত
উত্তৰঃ
(iv) বিবৰ্জিত পদ্ধিতত
(a) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা বাদ দিয়া হয়
(b) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্ৰেণী সীমা অন্তৰ্ভূক্ত কৰা হয়
(c) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা বাদ দিয়া হয়
(d) শ্ৰেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্ৰেণী সীমা অন্তৰ্ভূক্ত কৰা হয়
উত্তৰঃ
(v) পৰিসৰ হ'ল
(a) উচ্চতম আৰু নিম্নতম আবেক্ষণৰ পাৰ্থক্য়
(b) নিম্নতম আৰু উচ্চতম আবেক্ষণৰ পাৰ্থক্য়
(c) উচ্চতম আৰু নিম্নতম আবেক্ষণৰ গড়
(d) উচ্চতমৰ লগত নিম্নতম আবেক্ষণৰ অনুপাত
উত্তৰঃ
2. সামগ্ৰী শ্ৰেণীবদ্ধকৰণৰ কি কি সুবিধা থাকিব পাৰে ? তোমাৰ দৈনন্দিন জীৱনৰ পৰা এটা উদাহৰণ লৈ ব্য়াখ্য়া কৰা।
উত্তৰঃ
3. চলক কি ? বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলকৰ পাৰ্থক্য় নিৰূপণ কৰা।
উত্তৰঃ
4. তথ্য় শ্ৰেণীবদ্ধকৰণৰ ব্য়ৱহাৰ কৰা 'বিবৰ্জিত' আৰু 'অন্তৰ্ভুক্তি' পদ্ধতি বৰ্ণনা কৰা।
উত্তৰঃ
5. খাদ্য়ৰ ওপৰত 50 ঘৰ মানুহৰ মাহিলি ঘৰুৱা খৰচ (টকাত) প্ৰদৰ্শন কৰা তালিকা 3.2 ৰ তথ্য় ব্য়ৱহাৰ কৰি
(i) খাদ্য়ৰ ওপৰত মাহিলি ঘৰুৱা খৰচৰ পৰিসৰ উলিওৱা।
(ii) পৰিসৰটোক যথোপযুক্ত সংখ্য়ক শ্ৰেণী অন্তৰালত বিভক্ত কৰা আৰু খৰচৰ বাৰংবাৰতা বিভাজন প্ৰস্তুত কৰা।
(iii) পৰিয়ালৰ সংখ্য়া নিৰ্ণয় কৰা যাৰ খাদ্য়ত মাহিলি খৰচ
(a) 2000 টকাতকৈ কম
(b) 3000 টকাতকৈ কম
(c) 1500 আৰু 2500 টকাৰ ভিতৰত
উত্তৰঃ
6. এখন মহানগৰত বাসিন্দাসকলে ব্য়ৱহাৰ কৰা ঘৰুৱা সৰঞ্জামৰ সংখ্য়া উলিয়াবৰ বাবে 45 টা পৰিয়ালৰ সমীক্ষা কৰা হৈছিল। তলত লিপিৱদ্ধ কৰা তেওঁলোকৰ সমিধানৰ ওপৰত ভিত্তি কৰি এটা বাৰংবাৰতা সজ্জা প্ৰস্তুত কৰা।
1 3 2 2 2 2 1 2 1 2 2 3 3 3 3
3 3 2 3 2 2 6 1 6 2 1 5 1 5 3
2 4 2 7 4 2 4 3 4 2 0 3 1 4 3
7. শ্ৰেণীকৃত তথ্য়ত 'তথ্য় হানি' মানে কি ?
উত্তৰঃ
8. শ্ৰেণীকৃত তথ্য় কেঁচা তথ্য়তকৈ উন্নত বুলি তুমি ভাবানে ? কিয় ?
উত্তৰঃ
9. একচলকযুক্ত আৰু দ্বি-চলকযুক্ত বাৰংবাৰতা বিভাজনৰ পাৰ্থক্য় নিৰ্ণয় কৰা।
উত্তৰঃ
10. তলৰ তথ্য়ৰ পৰা 7-ৰ শ্ৰেণী অন্তৰাল লৈ অন্তৰ্ভুক্তি পদ্ধতিৰ সহায়ত এটা বাৰংবাৰতা বিভাজন প্ৰস্তুত কৰাঃ
28 17 15 22 29 21 23 27 18 12 7 2 9 4
1 8 3 10 5 20 16 12 8 4 33 27 21 15
3 36 27 18 9 2 4 6 32 31 29 1 14 13
15 11 9 7 1 5 37 28 26 24 20 19 25
19 20 6 9
Type- Rajashri Bora
Post ID: DABP002014