শৈক্ষিক ব্যৱস্থাপনাৰ পৰিচয়
(Introduction to Educational Management)
প্ৰশ্নাৱলী (Questions)
I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short answer)
১। ব্যৱস্থাপনা কি ?
What is Management?
উত্তৰ:-
২। শৈক্ষিক ব্যৱস্থাপনা কি ?
What is Educational Community?
উত্তৰ:-
৩। শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা ।
Mention any one feature of educational management.
উত্তৰ:-
৪। শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা উদ্দেশ্য উল্লেখ কৰা ।
Mention one objective of educational management.
উত্তৰ:-
৫। ' PODSCoRB ' ৰ সম্পৰ্ণ ৰূপটো কি ?
Write the full from of ' PODSCoRB'?
উত্তৰ:-
৬। কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা কি ?
What is centralised educational management?
উত্তৰ:-
৭। কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা বৈশিষ্ট উল্লেখ কৰা ।
Mention any one feature of centralised educational management.
উত্তৰ:-
৮। বিকেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা কি ?
What is decentralised educational management ?
উত্তৰ:-
৯। বিকেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা ।
Mention any one feature of decentralised educational management.
উত্তৰ;-
১০। বাহ্যিক শৈক্ষিক ব্যৱস্থপনা কি ?
What is external educational management?
উত্তৰ:-
১১। বাহ্যিক শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা বৈশিষ্ট্য লিখা।
Write any one feature of external educational management.
উত্তৰ:-
১২। আভ্যন্তৰীণ শৈক্ষিক ব্যৱস্থপনা কি ?
What is internal educational management?
উত্তৰ:-
১৩। আভ্যন্তৰীণ শৈক্ষিক ব্যৱস্থাপনাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
Mention one feature of internal educational management?
উত্তৰ:-
১৪। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনা কি ?
What is autocratic educational management.
উত্তৰ:-
১৫। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা ?
Mention any one feature of autocratic educational management.
উত্তৰ:-
১৬। গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনা কি ?
What is democratic educational management ?
উত্তৰ:-
১৭। গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনাৰ এটা নীতি উল্লেখ কৰা।
Mention one principle of democratic educational management.
উত্তৰ:-
১৮। অহস্তক্ষেপ নীতিৰ শৈক্ষিক ব্যৱস্থাপনা কি ?
What is Laisezfaire educational management.
উত্তৰ:-
১৯। অংশীদাৰী ব্যৱস্থাপনা কি ?
What is participatory management?
উত্তৰ:-
২০। শ্ৰোণীকোঠা ব্যৱস্থাপনা কি ?
What is classroom management.
উত্তৰ:-
২১। শ্ৰোণীকোঠা ব্যৱস্থাপনা এটা নীতি উল্লেখ কৰা ?
Mention one principle of classroom management.
উত্তৰ:-
২২। শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ এটা কৌশল উল্লেখ কৰা ?
Mention one strategy of educational management.
উত্তৰ:-
II. চমুটোকা লিখা (Write Short notes)
১। শৈক্ষিক ব্যৱস্থাপনাৰ ধাৰণা।
Concept of educational management.
উত্তৰ:-
২। শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকৃতি।
Nature of educational management.
উত্তৰ:-
৩। শৈক্ষিক ব্যৱস্থাপনাৰ উদ্দেশ্য।
Goals of educational management.
উত্তৰ:-
৪। কেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা।
Centralised educational management.
উত্তৰ:-
৫। বিকেন্দ্ৰীভূত শৈক্ষিক ব্যৱস্থাপনা।
Decentralised educational management.
উত্তৰ:-
৬। আভ্যন্তৰীণ শৈক্ষিক ব্যৱস্থাপনা।
Internal educational management.
উত্তৰ:-
৭। বাহ্যিক শৈক্ষিক ব্যৱস্থাপনা।
External educational management.
উত্তৰ:-
৮। গণতান্ত্ৰিক শৈক্ষিক ব্যৱস্থাপনা।
Democratic educational management.
উত্তৰ:-
৯। স্বৈৰাচাৰী শৈক্ষিক ব্যৱস্থাপনা।
Autocratic educational management.
উত্তৰ:-
১০। অহস্তক্ষেপ নীতিৰ শৈক্ষিক ব্যৱস্থাপনা।
Laissez-faire educational management.
উত্তৰ:-
১১। শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যস্বৰূপে পৰিকল্পনা।
Planning as function of educational management.
উত্তৰ:-
১২। শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যস্বৰূপে সংগঠন।
Organisation as function of educational management.
উত্তৰ:-
১৩। শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যস্বৰূপে সংগঠন।
Directing as function of educational management.
উত্তৰ:-
১৪। শৈক্ষিক ব্যৱস্থাপনাৰ কাৰ্যস্বৰূপে নিয়ন্ত্ৰণ।
Controlling as function of educational management.
উত্তৰ:-
১৫। শ্ৰেণীকোঠা ব্যৱস্থাপনা।
Classroom management.
উত্তৰ:-
১৬। শ্ৰেণীকোঠা ব্যৱস্থাপনা কৌশল।
Strategies of classroom management.
উত্তৰ:-
III. দীঘল উত্তৰৰ প্ৰশ্ন (Question of Long Answer)
১। শৈক্ষিক ব্যৱস্থাপনা কি? ইয়াৰ পৰিসৰ বৰ্ণনা কৰা।
What is educational management? Describe its scope.
উত্তৰ:-
২। শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকৃতি আৰু উদ্দেশ্য বহলাই লিখা ।
Write eleborately the nature and objectives of educational management.
উত্তৰ:-
৩। শৈক্ষিক ব্য়ৱস্থাপনাৰ সাধাৰণ নীতিবোৰ লিখা।
Write the general principles of educational management.
উত্তৰ:-
৪। শৈক্ষিক ব্যৱস্থাপনাৰ প্ৰকাৰবোৰ আলোচনা কৰা।
Discuss the type of educational management.
উত্তৰ:-
৫। শৈক্ষিক ব্যৱস্থাপনাক কাৰ্যাৱলী বহলাই লিখা।
Elaborate the functions of educational management.
উত্তৰ:-
৬। শ্ৰেণীকোঠা ব্যৱস্থাপন মানে কি? শ্ৰেণীকোঠা কৌশলবোৰ উল্লেখ কৰা।
What is classroom management? Mention the strategies of classroom management.
উত্তৰ:-
৭। শ্ৰেণীকোঠা ব্যৱস্থাপনাত শিক্ষকৰ ভূমিকা আলোচনা কৰা।
Discuss the role of teachers in classroom management.
উত্তৰ:-
Post ID: DABP001906