আমাৰে মইনাকে
গধূলি জোনবায়েআমাৰে মইনাকেশুবৰে পৰতে
কত হাজাৰ নিশাৰ ধুনীয়া ধুনীয়া
সাধু কৈ যায়
নাহিবি ঐ নাহিবি
কলীয়া ডাৱৰ ঐ
ছল পালে জোনবায়ে
লুকাব আঁৰতে
নেযাবি ঐ নেযাবি জোনালী ৰাতি
মইনা মোৰ কান্দি-কাটি পুৱাব ৰাতি
নাহিবি...
আমাৰে মইনাকে
নাহিবি...
আমাৰে মইনাকে
শিয়ালী ঐ নাহিবি ৰাতি
তোৰে কাণে কাটি লগামে বাতিসপোনৰে কোলাতে মইনা টোপনি যাবসপোনৰ দেশতে ৰঙা ৰঙাফুল খেলি যায়আমাৰে মইনা...
(কথা আৰু সুৰ-ভবেন বৰঠাকুৰ)
Post Id:DABP002349