মই গাঁৱৰ ল'ৰা
ল'ৰা一 মই গাঁৱৰ ল'ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম
ছোৱালী一 গাঁৱলীয়া ছোৱালী মই
শেৱালি মই নেৱালি
গাঁৱৰ কোলাত হাঁহি মাতি
সোণধানৰ জেউতি চৰাম।।
গাঁৱৰ ল'ৰা আগবাঢ়ি যাওঁ
হাবি কাটি আগবাঢ়ি যাওঁ
পৰ্বত ভাঙি আগবাঢ়ি গৈ
বাট উলিযাম নিতৌ নতুন পাম।
জুই সুৰীয়া জয় সুৰীয়া
নতুন নাম গাম।
ৰাইজৰ বৰ নাম ঘৰতে
সোণৰ ৰূপৰ পাট মেৰিওৱা
বৰখুটি নগাম।।
Type by Dipawali Bora
Post Id:DABP002568