Some Famous Presidents

Chapter-29

match the name of the Presidents to the country which they govern.

ৰাষ্ট্ৰপতিসকলৰ নাম তেওঁলোকে শাসন কৰা দেশৰ সৈতে মিলাওক।

1. Mohammad Ashraf Ghani

১. মহম্মদ আশ্ৰাফ ঘানি

Ans. Afghanistan

উত্তৰঃ আফগানিস্তান

2. Abdul Hamid

২ আব্দুল হামিদ

Ans. Bangladesh.

উত্তৰঃ বাংলাদেশ।

3.Dilma Rousseff 

৩. ডিলমা ৰৌচেফ 

Ans. Brazil

উত্তৰঃ ব্ৰাজিল

4. Xi Jinping

৪. ছি জিনপিং

Ans. China

উত্তৰঃ চীন

5. Mulatu Teshome

৫. মুলাটু টেচোম
 
Ans. Ethiopia

উত্তৰঃ ইথিওপিয়া

6. Joachim Gauck

৬. জোয়াকিম গাউক

Ans. Germany

উত্তৰঃ জাৰ্মানী

7. Pranab Mukherjee

৭. প্ৰণৱ মুখাৰ্জী

Ans. India

উত্তৰঃ  ভাৰত

8. Uhuru Kenyatta

৮. উহুৰু কেনিয়াট্টা

Ans. Kenya

উত্তৰঃ কেনিয়া

9. Barack Obama

৯. বাৰাক অবামা

Ans. USA

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ



Type By-Jatin Nath








Post ID: DABP004351