অধ্য়ায়- ৬

অন্য়ৰ প্ৰতি ব্য়ৱহাৰ 


১) কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

উত্তৰঃ অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া, এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। 


২) মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে কি ওলাই ?

উত্তৰঃ আপোনা-আপোনি মিঠা মাত ওলাই । 


৩) মনত অহঙ্কাৰ ৰাখি মুখে নম্ৰ হলে মানুহক কি কৰা হয় ?

উত্তৰঃ ছল কৰা হয় । 


৪) সমুখত প্ৰসংসা কৰা কাৰ স্বভাৱ ? 

উত্তৰঃ চাটুকীৰৰ স্বভাৱ । 


৫) কোন শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ? 

উত্তৰঃ লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী ফুৰা মানুুহৰ স্বভাৱ নিচেই পাতল ।


৭) শঠৰ লগত সমন্ধ ৰাখিলে কি কৰা হয় ?

উত্তৰঃ শঠৰ লগত সমন্ধ ৰাখিলে সঠতাক প্ৰশ্ৰয় দিয়া হয় । 


৮) অন্য়ৰ প্ৰতি ব্য়ৱহা পাঠতিৰ লেখক কোন ? 

উত্তৰঃ সত্য়নাথ বৰা । 


৯) বিগতি শব্দৰ অৰ্থ কি ?

উত্তৰঃ বিগতিৰ শব্দৰ অৰ্থ হল- ইতিকিং  


১০) সত্য়নাথ বৰাৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ সত্য়নাথ বৰাৰ জন্ম ১৮৬০ চনত হৈছিল । 


Type By- Mandira Saha  








Post ID: DABP004582