এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
অধ্যায় ৮
চমু প্ৰশ্নউত্তৰঃ
১। ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠৰ বিষয় বস্তু কি?
উত্তৰঃ ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠটিৰ বিষয়বস্তু হ’ল ‘পৰ্বতাৰোহনকাৰী দলৰ এভাৰেষ্ট শৃঙ্গ আৰোহণ অভিযান’।
২। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ পাঠ্যপুথিত নিৰ্বাচন কৰাৰ উদ্দেশ্য কি?
৩। ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ লিখক কোন?
উত্তৰঃ প্ৰণয় বৰদলৈ।
৪। প্ৰণয় বৰদলৈৰ পেছা আৰু নিচা কি?
উত্তৰঃ পণয় বৰদলৈৰ পেছা হ’ল সাংবাদিকতা আৰু নিচা হ’ল দুঃসাহসিক অভিযান ।
৫। ‘ক্ৰেভাছ’ কি?
৮। হিমানী সম্প্রপাত কি?
উত্তৰঃ পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফৰাশিকে হিমানী সম্প্রপাত বোলে।
৯। প্ৰণয় বৰদলৈক সাহস যোগোৱা পৰ্বতাৰোহীজনৰ নাম কি আছিল?
উত্তৰঃ নেছিম আখতাৰ।
১০। ‘অসম এভাৰেষ্ট অভিযান’ত সহযোগ কৰা সংগঠন কেইটামানৰ নাম লিখা ?
উত্তৰঃ এক্সপ্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পর্বতাৰোহণ সংস্থা আদি।
১১। ১৯১৬ চনত এভাৰেষ্ট জয় কৰা অসমীয়া চাৰি গৰাকীৰ নাম লিখা ?
উত্তৰঃ নৱ ফুকন, হেনৰি ডেভিদ টেৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।
১২। প্ৰণয় বৰদলৈয়ে হিমালয়ৰ কি কি শিখৰত বিজয়ধ্বজা উৰুৱাইছিল?
উত্তৰঃ যোগীন – ১, যোগীন- ৩, কাং, চচ’ কাং-নেলডা আদি।
১৩। প্ৰণয় বৰদলৈয়ে কৰি ভাল পোৱা দুঃসাহসিক কাৰ্য কেইবিধমানৰ নাম লিখা ?
উত্তৰঃ পৰ্বত আৰোহণ, চাইক্লিং, পেৰামটাৰিং, পেৰা জাম্পিং, ৰাফ্টিং আদি।
১৪। মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ ২৯,০৩৫ ফুট উচ্চতাত।
১৫। পৰ্বত আৰোহণ অভিযানক কি বুলি কোৱা হয়?
উত্তৰঃ পৰ্বত আৰোহণ অভিযানক টিম গেম বুলি কোৱা হয়।
১৬। প্ৰণয় বৰদলৈয়ে অংশ লোৱা এভাৰেষ্ট অভিযানটোত কেইজন শ্বেপাই ভাগ লৈছিল?
উত্তৰঃ ৮ জন।
১৭। পৰ্বত অভিযানত শাৰীৰিক শক্তিৰ উপৰিও কি শক্তিৰ প্ৰয়োজন হয়?
উত্তৰঃ মানসিক শক্তিৰ প্ৰয়োজন হয়।
১৮। প্ৰণয় বৰদলৈয়ে ৰচনা কৰা গ্ৰন্থ এখনৰ নাম লিখা।
উত্তৰঃ প্ৰণয় বৰদলৈয়ে ৰচনা কৰা গ্ৰন্থ এখনৰ নাম হৈছে- 'হিমালয়ৰ শিখৰে মাতিছে'।
১৯। ২০১৬ চনত এভাৰেষ্ট জয় কৰা চাৰিগৰাকী অসমীয়া নাম লিখা।
উত্তৰঃ ২০১৬ চনত এভাৰেষ্ট জয় কৰা চাৰিগৰাকী অসমীয়া নাম হৈছে- নৱ ফুকন, হেনৰি ডেভিদ টৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।
২০। শুভ্ৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ শুভ্ৰ শব্দৰ অৰ্থ হৈছে- বগা।
২১। প্ৰতিৰোধ শব্দৰ অৰ্থ কি?
উত্তৰঃ প্ৰতিৰোধ শব্দৰ অৰ্থ হৈছে- বাধা, বিঘিনি।
২২। তুষাৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ তুষাৰ শব্দৰ অৰ্থ হৈছে- বৰফ, হিম।
২৩। অনুশীলন শব্দৰ অৰ্থ কি?
উত্তৰঃ অনুশীলন শব্দৰ অৰ্থ হৈছে- অভ্যাস, চৰ্চা।
২৪। হিমানী সম্প্ৰপাত শব্দৰ অৰ্থ কি?
উত্তৰঃ হিমানী সম্প্ৰপাত শব্দৰ অৰ্থ হৈছে- পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফাৰাশি।
২৫। লেখক প্ৰণয় বৰদলৈৰ চমু পৰিচয় লিখা।
Post ID: DABP005866