বেয়া হোৱা টেলিফোন ভাল কৰাৰ বাবে আবেদন

প্ৰতি,                                              তাৰিখ- ২৩-৪-২০২১

 ___________ মেৰামত 

বিষয়ঃ বেয়া টেলিফোন নং ভাল কৰাৰ বাবে আবেদন।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক অবগত কৰিব বিচাৰিছো যে, মোৰ টেলিফোনটো (নং___) যোৱা ১৬-৩-২০২১ তাৰিখৰ পৰাই বেয়া হৈ আছে। মই সেইদিনাখনেই পাব্লিক টেলিফোনৰ দাৰা আপোনালোকৰ অভিযোগ বিভাগত এই বিষয়ে জনাও। কিন্ত দুৰ্ভাগ্য়বশতঃ এই বিষয়ে আজিলৈকে কোনো ব্য়ৱস্থা হাতত লোৱা নাই। 

       টেলিফোন নোহোৱা বাবে মোৰ বহুত অসুবিধা হৈছে। সেয়েহে আৰু বেচি দেৰি নকৰি আপোনালোকৰ মেকানিক মোৰ বেয়া হোৱা টেলিফোনটো ভাল কৰিবৰ বাবে অনুৰোধ জনালো।

        অনুগ্ৰহ কৰি অতি সোনকালে প্ৰয়োজনীয় ব্য়ৱস্থা হাতত ললে বাধিত হম।ধন্য়বাদ।

ইতি___

(আবেদনকাৰীৰ ঠিকনা)                                                                                        আপোনাৰ বিশ্বাসী ____

তাৰিখ____