নিজা কোম্পানীৰ নাম
ঠিকনা------ তাৰিখ-----
প্ৰতি
অধিকৰ্ত্তা,
____ পেপাৰ মিল
ঠিকনা_____
মহাশয়,
যোৱা ১০ জানুৱাৰী ৮৭ _______কাকতত প্ৰকাশিত আপোনালোকৰ উৎপাদিত কাগজৰ এজেঞ্চি লব বিচাৰিছো। আমাৰ যোগ্য়তাৰ বিষয়ে কিছু তথ্য় আপোনালোকৰ জ্ঞাতাৰ্থি তলত দিয়া হইছে।
১।_____চহৰত আমাৰ ভাল আহল-বহল ৩০ ফুট ২০ ফুট এটা শ্ব'ৰুম আছে।
২। আমি প্ৰতেক মাহে ৪০০০ ৰীম কাগজ বিক্ৰিৰ গেৰাণ্টি দিব পাৰিম।
৩।আপোনালোকে বিচৰাৰ দৰে আমি ৪০,০০০ টকা আমানত ৰাখিবলৈ ৰাজি আছো। অতি সোনকালে মোৰ প্ৰশ্নৰ উত্তৰ পাম বুলি আশা থাকিল। ধন্য়বাদ।
আপোনালোকৰ বিশ্বাসী___