চেভিংচ  একাউণ্টৰ স্থানাস্তৰৰ বাবে আবেদন

প্ৰতি,

         মাননীয় ব্ৰাঞ্চ মেনেজাৰ ____________ বেংক

 

বিষয়ঃ বেভিংচ বেস্ক একাউন্ট নং_____স্থানান্তৰণ      তাৰিখ -  


মহোদয়,

           আপোনাৰ বেঙ্কৰ শাখাত মোৰ উপৰোক্ত একাউন্ট আছে । বৰ্তমানে মই তেজপুৰলৈ কার্যোপলক্ষে বদলী হোৱাৰ বাবে মোৰ উপৰোক্ত একাউন্টটো আপোনালোকৰ বেঙ্কৰ তেজপুৰ শাখালৈ স্থানান্তৰিত কৰাৰ কাৰণে আবেদন জনালো। এই পত্ৰৰ সৈতে মোৰ বৰ্তমান পাছ বুক আৰু চেকবুক জমা দিলো। অনুগ্ৰহ কৰি অতি সোনকালে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব ।

ধন্যবাদ।
                                                                                  আপোনাৰ বিশ্বাসী   

  চহী

ঠিকনা