ভূপূষ্ঠৰ সময় গণনা

১। দ্ৰাঘিমা ৰেখাবোৰৰ প্ৰতিডালৰ দৈৰ্ঘ্য় কিমান?

1) সমান

2) সমান  নহয়

3) ওপৰৰ এটাও নহয়

Ans: সমান

২। অক্ষ ৰেখাবোৰৰ দৈৰ্ঘ্য় কিমান?

1) সমান

2) সমান নহয়

3) ওপৰৰ এটাও নহয়

Ans: সমান নহয়

৩। একেবাৰে মাজভাগত থকা ০ ডিগ্ৰী অক্ষ ৰেখাডাল আটাইতকৈ।

1) দীঘল

2) চুটি

3) ওপৰৰ এটাও নহয়

Ans: দীঘল

৪। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কাল্পনিক অৰ্দ্ধবৃত্তাকাৰ দ্ৰাঘিমা ৰেখা ধৰাপৃষ্ঠত ১ডিগ্ৰী ব্য়ৱধানত মুঠ কিমান?

1) ৩৬০

2) ৪৬০

3) ৩৫০

Ans: ৩৬০

৫। ক' ঠাইখন প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবত থকা হেতুকে 'ক'ৰ দ্ৰাঘিমাংশ হ'ব কি

1) ০ ডিগ্ৰী

2) ৪০ ডিগ্ৰী

3) ওপৰৰ এটাও নহয়

Ans: ৪০ ডিগ্ৰী

৬। পৃথিৱীৰ সময় গণনা কৰোঁতে  কেইটা সময় মানি লোৱা হয়?

1) 3

2) 1

3) 2

Ans: 2

 ৭। বেলেগ বেলেগ দেশৰ মান সময় বেলেগ বেলেগ

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮। ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান ঘণ্টা কিমান মিনিট আগবাঢ়ে?

1) ৫ঘণ্টা ৩০ মিনিট

2) ১ঘণ্ট ২০ মিনিট

3) ৪ঘণ্টা ৪০ মিনিট

Ans: ৫ঘণ্টা ৩০ মিনিট

৯। ভাৰততকৈ পূবৰ দেশ জাপানৰ সৈতে আমাৰ দেশৰ সময়ৰ পাৰ্থক্য় কিমান পাছ পৰা?

1) ৪ঘণ্টা ৩০ মিনিট

2) ৩ঘণ্টা ৩০ মিনিট

3) ৪ঘণ্টা ২০ মিনিট

Ans: ৩ঘণ্টা ৩০ মিনিট

 ১০। আমাৰ দেশত এলাহাবাদৰ স্থানীয় সময়কে দেশখনৰ মান সময় বুলি ধৰি লোৱা ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১১। ১ মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্য়ত সময়ৰ পাৰ্থক্য় কিমান ছেকেণ্ড।

1) ৫ ছেকেণ্ড

2) ৪ ছেকেণ্ড

3)  ওপৰৰ এটাও নহয়

Ans: ৪ ছেকেণ্ড

১২। ০ ডিগ্ৰী দ্ৰাঘিমাংশৰ পাৰ্থক্য় কিমান মিনিট?

1) 

2) ৩

3) ২

Ans: 

১৩। ভূপৃষ্ঠৰ কোনো এখন ঠাইত অৱস্থিতি জনাৰ বাবে কেই প্ৰকাৰৰ কাল্পনিক ৰেখাৰ সহায় লোৱা হয়?

1) ৪ প্ৰকাৰৰ

2) ২ প্ৰকাৰৰ

3) ওপৰৰ এটাও নহয়

Ans: ২ প্ৰকাৰৰ

১৪। পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ বাবে কোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰা

1) সুবিধাজনক

2) অসুবিধাজনক

3) ওপৰৰ এটাও নহয়

Ans: অসুবিধাজনক

১৫। দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ আৰু দক্ষিণলৈ ক্ৰমে চুটি হৈ হৈ মেৰু অঞ্চলত একোটা কি হৈছেগৈ ।

1) বিন্দু

2) অক্ষ ৰেখা

3) ওপৰৰ এটাও নহয়

Ans: বিন্দু

১৬। অক্ষ ৰেখাডাল দৈৰ্ঘ্য় কিমান কিলোমিটাৰ ?

1) ৪০,০৭৫

2) ২৯, ১২০

3) ওপৰৰ এটাও নহয়

Ans: ৪০,০৭৫

১৭। ১৮০ ডিগ্ৰী 'পূব দ্ৰাঘিমা' আৰু ১৮০ ডিগ্ৰী 'পশ্চিম দ্ৰাঘিমা'  ৰেখা প্ৰকৃততে একেডাল ৰেখা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১৮। পৃথিৱীৰ সকলো দেশেই সময় আৰু দিন গণনাৰ সীমাৰেখা বুলি মানি ।

1) লৈছে

2) নাইলোৱা

3) ওপৰৰ এটাও নহয়

Ans: লৈছে

১৯। প্ৰত্য়েক দেশে, দেশৰ সকলোৰে সুবিধাৰ বাবে কোনো এখন ঠাইৰ স্থানীয় সময়কে মান সময় হিচাপে ধৰি।

1) নলয়

2) লয়

3) ওপৰৰ এটাও নহয়

Ans: লয়

২০। দ্ৰাঘিমা ৰেখাৰ ভিন ভিন অৱস্থিতিয়ে সময়ৰ ভিন্নতা ।

1) আনে

2) নানে

3) ওপৰৰ এটাও নহয়

Ans: আনে

Type Susmita Kakati