ভাৰতৰ কৃষি

১। পৰিয়াল ভৰণ-পোষণৰ বাবে কৰা কৃষিক কি কৃষি বোলা হয়?

1) পোষণ

2) গহন

3) ওপৰৰ এটাও নহয়

Ans: পোষণ

২। নদী, হ্ৰদ, বিল আদিৰ পাৰত কি কৃষি কৰা হয়।

1) স্থায়ী কৃষি

2) স্থানান্তৰিত কৃষি

3) ওপৰৰ এটাও নহয়

Ans: স্থায়ী কৃষি

৩। মিশ্ৰ কৃষি পদ্ধতিৰ উদ্দেশ্য় হ'ল শস্য়সমূহৰ চাবিদাভিত্তিক উৎপাদনৰ লগতে পশুপালন কৰা ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। বাণিজ্য়ক কৃষি  পদ্ধতিৰ উদ্দেশ্য় হ'ল শস্য়সমূহৰ চাহিদাভিত্তিক উৎপাদন ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৫। ভাৰতৰ যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ কম হয়,সেই ঠাইত কৃষিত কৃত্ৰিম উপায়েৰে পানী যোগান ধৰিব লগা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। একেডৰা মাটিতে বছৰটোত দুটা শস্য় উৎপাদন কৰা পদ্ধতিক কি শস্য় ৰোপণ পদ্ধতি বোলা হয়।

1) দ্বি-শস্য়

2) ৰবি শস্য়

3) ওপৰৰ এটাও নহয়

Ans: দ্বি-শস্য়

৭। ধান খেতি হোৱা দুখন ৰাজ্য়ৰ নাম কি ?

1) অসম আৰু বিহাৰ

2) ৰাজস্থান আৰু কেৰালা

3) মিজোৰাম আৰু উত্তৰ প্ৰদেশ

Ans: অসম আৰু বিহাৰ

৮। পোষণ কৃষি কেইটা ভাগত ভগাব পাৰি ?

1) তিনিটা ভাগত

2) দুটা ভাগত

3) এটা ভাগত

Ans: দুটা ভাগত

৯। মৰাপাট খেতি কৰা  তিনিখন ৰাজ্য়ৰ নাম কি ?

1) ৰাজস্থান , কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ

2) পশ্চিম বংগ, অসম আৰু মহাৰাষ্ট্ৰ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: পশ্চিম বংগ, অসম আৰু মহাৰাষ্ট্ৰ

১০। চাহ খেতি কোন ৰাজ্য়ত কৰা হয় ?

1) অসম

2) পশ্চিম বংগৰ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১১। কপাহ খেতি কোন ৰাজ্য়ত কৰা হয় ?

1) অসম

2) মেঘালয়

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১২। জনসংখ্য়া বেছি, কিন্তু মাটি কম । তেনে ঠাইত যি কৃষি কৰা হয় তাক কি কৃষি পদ্ধতি বোলা হয় ?

1) আৰ্দ্ৰ কৃষি

2) জলসিঞ্চন কৃষি

3) গহন কৃষি

Ans: গহন কৃষি

১৩। কফি খেতি কোন কোন ৰাজ্য়ত পোৱা যায় ?

1) কেৰালা, তামিলনাডু আৰু মিজোৰাম

2) অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশ

3) উত্তৰ প্ৰদেশ, ওড়িশা আৰু পঞ্জাব

Ans: কেৰালা, তামিলনাডু আৰু মিজোৰাম

১৪। উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অসম আদি ৰাজ্য়ত কি খেতি হয়  ?

1) ধান খেতি

2) জোৱাৰ খেতি

3) কুঁহিয়াৰ খেতি

Ans: কুঁহিয়াৰ খেতি

১৫। ভাৰতৰ কোন কোন অঞ্চলত বজৰা উৎপাদন বেছি হয় ?

1) ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

2) অসম, উত্তৰ প্ৰদেশ আৰু বিহাৰ

3) তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু মেঘালয়

Ans: ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

১৬। স্থায়ী কৃষি ক'ত কৰা হয়?

1) নদী, হ্ৰদ, বিল আদিৰ পাৰত

2) পাহাৰীয়া অঞ্চলত

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: নদী, হ্ৰদ, বিল আদিৰ পাৰত

১৭। কিমান চেণ্টিমিটাৰতকৈ কম বৰষুণ হলে কপাহ খেতি হয় ?

1) ২০ চেণ্টিমিটাৰ

2) ৮০ চেণ্টিমিটাৰ

3) ৫০ চেণ্টিমিটাৰ

Ans: ৫০ চেণ্টিমিটাৰ

১৮। ভাৰতৰ কোন অঞ্চলত ঘেঁহুৰ উৎপাদন বেছি হয় ?

1) পঞ্জাব

2) বিহাৰৰ পশ্চিম অংশ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১৯। যিবোৰ ঠাইত ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হলে কি কি খেতি হয় ?

1) কপাহ

2) ঘেঁহু

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

২০। একেডৰা মাটিতে বছৰটোত দুটা শস্য় উৎপাদন কৰা পদ্ধতিক কি পদ্ধতি বোলে ?

1) দ্বি-শস্য় ৰোপণ পদ্ধতি

2) এক শস্য় ৰোপণ পদ্ধতি

3) বহু শস্য় ৰোপণ পদ্ধতি

Ans: দ্বি-শস্য় ৰোপণ পদ্ধতি

Type Susmita Kakati