মৌৰ্যৰ পৰৱৰ্তী  যুগৰ ভাৰতবৰ্ষ

১। ভাৰতৰ মৌৰ্য সাম্ৰাজ্য় প্ৰতিষ্ঠা এক উল্লেখযোগ্য় ঘটনা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

২। ভাৰতবৰ্ষত মৌৰ্য বংশৰ ৰজাসকলে বহুদিন ধৰি শাসন কৰিছিল।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। মৌৰ্য সাম্ৰাজ্য় পতনৰ পাছত ভাৰতবৰ্ষত কেইবাখনো নতুন আৰু স্বাধীন ৰাজ্যৰ সৃষ্টি।

1) হৈছিল

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈছিল

৪। পুষ্য়মিত্ৰ শুংগই মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক হত্য়া কৰি শুংগ বংশ প্ৰতিষ্ঠা নাইকৰা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়

৫। শুংগ বংশৰ মুঠতে কিমান জন ৰজাই ৰাজত্ব কৰিছিল।

1) ১০

2) ২

3) ৯

Ans: ১০

৬। পুষ্য়মিত্ৰ শুংগ এই বংশৰ আটাইতকৈ উল্লেখযোগ্য় আৰু শক্তিশালী ৰজা।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৭। যুদ্ধ জয়ৰ কীৰ্তি যুগমীয়া কৰি ৰাখিৱলৈ তেওঁ দুবাৰকৈ অশ্বমেধ কি পাতে?

1) বংশ

2) যজ্ঞ

3) ওপৰৰ এটাও নহয়

Ans: যজ্ঞ

৮। পুষ্য়মিত্ৰ শুংগৰ পাছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ মগধ ৰাজ্য়ৰ সিংহাসনত উঠে।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৯। কোন মন্ত্ৰীয়ে দেৱভূতিক হত্য়া কৰোৱাই মগধৰ সিংহাসন অধিকাৰ কৰে?

1) বাসুদেৱ

2) মগধ

3) ওপৰৰ এটাও নহয়

Ans: বাসুদেৱ

১০। সাতবাহনৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন?

1) বাসুদেৱ

2) সিমুক

3) ওপৰৰ এটাও নহয়

Ans: সিমুক

 ১১। কান্ব বংশৰ শেষ ৰজা শূল বৰ্মনক হত্য়া কৰি তেওঁ ৰজা ।

1) হৈছিল

2) নাইহোৱা

3) ওপৰৰ এটাও নহয়

Ans: হৈছিল

১২। ভাৰতীয় শিল্পকলাতো গ্ৰীক প্ৰভাৱ দেখা ।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

১৩) ভাৰতীয় নাট্য় সাহিত্য়তো গ্ৰীকসকলৰ প্ৰভাৱ পৰিছিল বুলি অনুমান কৰিব ।

1) নোৱাৰি

2) পাৰি

3) ওপৰৰ এটাও নহয়

Ans: পাৰি

১৪। গণ্ডোফাৰেছৰ মৃত্য়ুৰ পাছত পহ্লৱ সাম্ৰাজ্য় কুশান নামৰ আন এটা বিদেশী জাতিৰ হাতলৈ ।

1) গৈছিল

2) নগৈছিল

3) ওপৰৰ এটাও নহয়

Ans: গৈছিল

১৫।প্ৰথম কডফিছেছ আছিল কুশান বংশৰ প্ৰথম ৰজা।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১৬। ভাৰতীয় নাট্য় সাহিত্য়তো গ্ৰীকসকলৰ প্ৰভাৱ পৰিছিল বুলি অনুমান কৰিব।

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ এটাও নহয়

Ans: পাৰি

১৭। মৌৰ্য সাম্ৰাজ্য পতনৰ পাছত ভাৰতবৰ্ষত কেইবাখনো নতুন স্বাধীন ৰাজ্যৰ সৃষ্টি হৈছিল।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১৮। কনিষ্কই ভাৰতৰ ভিতৰে-বাহিৰে বহুতো ৰাজ্য় নিজৰ ৰাজ্য়ৰ অন্তৰ্ভুক্ত কৰিছিল ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১৯। বেকট্ৰিয়ান গ্ৰীকসকলৰ পাছত ভাৰতলৈ অহা দ্বীতীয়টো বিদেশী জাতি কি?

1) কুশান

2) শকসকল

3) ওপৰৰ এটাও নহয়

Ans: শকসকল

২০। গ্ৰীকসকলক ভাৰতবৰ্ষত কি বুলি কোৱা হয়?

1) কুশান

2) যৱন

3) ওপৰৰ এটাও নহয়

Ans: যৱন

Type Susmita Kakati