গুপ্ত সাম্ৰাজ্য়ৰ উত্থান

১। গুপ্ত বংশৰ সৰ্বমুঠ  কিমান  জন ৰজাই ৰাজত্ব কৰিছিল?

1) ১৩

2) ১২

3) ওপৰৰ এটাও নহয়

Ans: ১২

২। গুপ্ত বংশাৱলী মতে শ্ৰীগুপ্ত গুপ্ত বংশৰ কেইনম্বৰৰ ৰজা?

1) দ্বীতীয়

2) প্ৰথম

3) ওপৰৰ এটাও নহয়

Ans: প্ৰথম

৩। গুপ্ত যুগক ভাৰতবৰ্ষৰ ইতিহাসৰ কি বুলি আখ্য়া দিয়া হয়?

1) সোনালী যুগ

2) সোণালী যুগ

3) ওপৰৰ এটাো নহয়

Ans: সোণালী যুগ

৪। প্ৰথম চন্দ্ৰগুপ্ত কি উপাধি গ্ৰহণ কৰিছিল ?

1) মহাৰাজাধিৰাজ

2) মৰাহাজাধিৰাজ

3) ওপৰৰ এটাও নহয়

Ans: মহাৰাজাধিৰাজ

৫। সমুদ্ৰগুপ্তই দাক্ষিণাত্য়ৰ কিমান জন ৰজা পৰাস্ত কৰিছিল বুলি জনা যায় ?

1) ১৪

2) ১২

3) ১৩

Ans: ১২

৬। সমুদ্ৰগুপ্তৰ পাছত ৰামগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল বুলি জনা ।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

৭। দ্বিতীয় চন্দ্ৰগুপ্তই সোণ, ৰূপ আৰু তামৰ মুদ্ৰা প্ৰচলন  কৰিছিল।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮। দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত তেওঁৰ পুত্ৰ কুমাৰগুপ্তই সিংহাসনত আৰোহণ কৰে ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৯। কুমাৰগুপ্তক প্ৰথম কুমাৰগুপ্ত বুলিও জনা যায়।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১০। ফা-হিয়ান ভাৰতবৰ্ষত প্ৰায় কিমান বছৰ কাল আছিল ?

1) তেৰ বছৰ

2) বাৰ বছৰ

3) ওপৰৰ এটাও নহয়

Ans: বাৰ বছৰ

১১। গুপ্ত বংশৰ প্ৰথম ৰজা কোন আছিল ?

1) শ্ৰীগুপ্ত আছিল

2) সমুদ্ৰগুপ্ত আছিল

3) চন্দ্ৰগুপ্ত আছিল

Ans: শ্ৰীগুপ্ত আছিল

১২। শ্ৰীগুপ্তৰ পুত্ৰৰ নাম কি আছিল ?

1) কুমাৰগুপ্ত

2) ঘটোৎকচ

3) ওপৰৰ এটাও নহয় ।

Ans: ঘটোৎকচ

১৩। প্ৰথম চন্দ্ৰগুপ্তই কিমান খ্ৰীঃত গুপ্ত সাম্ৰাজ্য়ৰ সিংহাসনত উঠে ?

1) ৩২১ খ্ৰীঃত

2) ৩২০ খ্ৰীঃত

3) ৩৩২ খ্ৰীঃত

Ans: ৩২০ খ্ৰীঃত

১৪। দ্বিতীয় চন্দ্ৰগুপ্ত কিমান খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয় ?

1) ৩৭০ খ্ৰীঃত

2) ৩৮০ খ্ৰীঃত

3) ৩৯০ খ্ৰীঃত

Ans: ৩৮০ খ্ৰীঃত

১৫। গুপ্ত যুগৰ শেষৰফালে হুনসকলে কেইবাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

1) চাৰিবাৰ

2) তিনিবাৰ

3) পাঁচবাৰ

Ans: তিনিবাৰ

১৬।গুপ্ত যুগত কি কি সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল ?

1) শিল্প

2) সাহিত্য়

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১৭। কাৰ দিনত ব্ৰাহ্মণ্য় ধৰ্মৰ পুনৰুত্থান হৈছিল ? 

1) চন্দ্ৰগুপ্ত সকলৰ

2) গুপ্ত সকলৰ

3) কুমাৰগুপ্ত সকলৰ

Ans: গুপ্ত সকলৰ

১৮। কোনে সোণৰ মোহৰ মৰাইছিল ?

1) প্ৰথম চন্দ্ৰগুপ্তই

2) দ্বিতীয় চন্দ্ৰগুপ্তই

3) সমুদ্ৰগুপ্তই

Ans: প্ৰথম চন্দ্ৰগুপ্তই

১৯। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ কেইটা কাৰণ আছে ?

1) চাৰিটা কাৰণ

2) পাঁচটা কাৰণ

3) তিনিটা কাৰণ

Ans: পাঁচটা কাৰণ

২০। কোন গুপ্ত যুগৰ আটাইতকৈ প্ৰখ্য়াত কবি আৰু নাট্য়কাৰ আছিল ?

1) চন্দ্ৰগুপ্ত

2) কালিদাস

3) সমুদ্ৰগুপ্ত

Ans: কালিদাস

Type Susmita Kakati