মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

১। বাবৰৰ মৃত্য়ুৰ পাছত পুত্ৰ হুমায়ুন কিমান খ্ৰীঃত মোগল সিংহাসনৰ অধিকাৰী হয়?

1) ১৫৪০

2) ১৫৩০

3) ১২৩০

Ans: ১৫৩০

২। সিংহাসনৰ উঠি হুমায়ুন কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হৈছিল।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। আকবৰৰ মৃত্য়ুৰ পাছত তেওঁৰ পুত্ৰ জাহাংগীৰ কিমান খ্ৰীঃত দিল্লীৰ সিংহাসনত উঠে?

1) ১৬৫০

2) ১৬০৫

3) ওপৰৰ এটাও নহয়

Ans: ১৬০৫

৪। জাহাংগীৰৰ দিনত আহোমৰ বিৰুদ্ধে মোগলসকলে অভিযান চলায়।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৫। জাহাংগীৰৰ পাছত ছাহজাহানে মোগল সিংহাসন  অধিকাৰ কৰে।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৬। ছাহজাহানৰ ৰাজসভাত কেইবাজনো সংগীতজ্ঞ আছিল ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৭। ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত যমুনা নদীৰ পাৰত কি নিৰ্মান কৰোৱাইছিল ?

1) ৰংঘৰ

2) তাজমহল

3) ওপৰৰ এটাও নহয়

Ans: তাজমহল

৮। সিংহাসনত উঠিয়েই ঔৰংজেৱে প্ৰথম কাম ল'লে সাম্ৰাজ্য় বিস্তাৰ কৰা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৯। আহোম ৰজা জয়ধ্বজ সিংহ ৰাজধানী এৰি পলাই যায়।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১০। নূৰজাহান আছিল আকবৰৰ ৰাজসভাৰ মীৰ্জাঘিয়াচ বেগ নামৰ ওজন বিষয়াৰ জীয়ৰী।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১১। কিমান খ্ৰীঃত পানিপথৰ প্ৰথম যুদ্ধ হয় ?

1) ১৫২৩ খ্ৰীঃত

2) ১৫২৬ খ্ৰীঃত

3) ১৫২৮ খ্ৰীঃত

Ans: ১৫২৬ খ্ৰীঃত

১২। বাবৰ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

1) ১৫২৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

2) ১৫২৬ খ্ৰীঃৰ পৰা ১৫৫৫ খ্ৰীঃলৈ

3) ১৬০৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

Ans: ১৫২৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

১৩। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠাতা কোন ?

1) বাবৰ

2) আকবৰ

3) জাহাংগীৰ

Ans: বাবৰ

১৪। বাবৰৰ কিমান চনত জন্ম হৈছিল ?

1) ১৪৮৩ চনত

2) ১২৯৮ চনত

3) ১৫৬৭ চনত

Ans: ১৪৮৩ চনত

১৫। কিমান খ্ৰীঃত বাাবৰে পঞ্জাব দখল কৰে ?

1) ১৩৫৫ খ্ৰীঃত

2) ১৫২৫ খ্ৰীঃত

3) ১৬৪৫ খ্ৰীঃত

Ans: ১৫২৫ খ্ৰীঃত

১৬। বাবৰ ১৪৮৩ চনৰ কি মাহত জন্ম হৈছিল  ?

1) ১৪ ফেব্ৰুৱাৰীত

2) ১৯ জানুৱাৰীত

3) ২৩ ফেব্ৰুৱাৰীত

Ans: ১৪ ফেব্ৰুৱাৰীত

১৭। হুমায়ুন কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

1) ১৫৩০ খ্ৰীঃৰ পৰা ১৫৫৬ খ্ৰীঃলৈ

2) ১৫৫৬ খ্ৰীঃৰ পৰা ১৬০৬ খ্ৰীঃলৈ

3) ১৩৪৫ খ্ৰীঃৰ পৰা ১৪৫৬ খ্ৰীঃলৈ

Ans: ১৫৩০ খ্ৰীঃৰ পৰা ১৫৫৬ খ্ৰীঃলৈ

১৮। কিমান খ্ৰীঃত বাবৰে আফগানসকলক পৰাস্ত কৰে ?

1) ১৫২৯ খ্ৰীঃত

2) ১৫৩২ খ্ৰীঃত

3) ১৫২৬ খ্ৰীঃত

Ans: ১৫২৯ খ্ৰীঃত

১৯। ১৫২৯ খ্ৰীঃত বাবৰে কি যুদ্ধত আফগানসকলক পৰাস্ত কৰে ?

1) ঘগ্ৰা যুদ্ধত

2) কনৌজৰ যুদ্ধত

3) ওপৰৰ এটাও নহয় ।

Ans: ঘগ্ৰা যুদ্ধত

২০। জাহাংগীৰ  কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

1) ১৫২৬ খ্ৰীঃৰ পৰা ১৮৯৫ খ্ৰীঃলৈ

2) ১৬০৫ খ্ৰীঃৰ পৰা ১৬২৭ খ্ৰীঃলৈ

3) ১৬২৭ খ্ৰীঃৰ পৰা ১৭০৭ খ্ৰীঃলৈ

Ans: ৬০৫ খ্ৰীঃৰ পৰা ১৬২৭ খ্ৰীঃলৈ

Type Susmita Kakati