পৃথিৱীৰ অন্তৰ্ভাগ

১। পৃথিৱীৰ তথা আন গ্ৰহবোৰ জন্মৰ সময়ত একোটা জ্বলন্ত কি আছিল।

1) গ্ৰহ

2) অগ্নিপিণ্ড

3) ওপৰৰ এটাও নহয়

Ans: অগ্নিপিণ্ড

২। ভূত্বক মানে হ'ল পৃথিৱীৰ।

1) অগ্নিপিণ্ড

2) খোলা

3) ওপৰৰ এটাও নহয়

Ans: খোলা

৩। পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ গড় দূৰত্ব কিমান কিলোমিটাৰ?

1) ৪২৭০

2) ১৩২০

3) ৬৩৮০

Ans: ৬৩৮০

৪। পৃথিৱীৰ অভ্য়ন্তৰলৈ উত্তাপ ক্ৰমে ।

1) বাঢ়ি গৈ থাকে

2) কমি থাকে

3) ওপৰৰ এটাও নহয়

Ans: বাঢ়ি গৈ থাকে

৫।পৃথিৱীৰ অভ্য়ন্তৰভাগত কেইটা তৰপ আছে ?

1) 

2) কেইবাটাও

3) ওপৰৰ এটাও নহয়

Ans: কেইবাটাও

৬। পৃথিৱীৰ প্ৰথমটো স্তৰৰ নাম কি?

1) ছিয়াল

2) ছিমা

3) ওপৰৰ এটাও নহয়

Ans: ছিয়াল

৭। নিফ তৰপটো পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে কিমান কিলোমিটাৰ ব্য়াসাৰ্ধ্য়াৰে বিস্তৃত।

1) ৩৫৪০

2) ৪৫৩০

3) ওপৰৰ এটাও নহয়

Ans: ৩৫৪০

৮। পৃথিৱীৰ উপৰিভাগৰপৰা পৃথিৱীৰ কেন্দ্ৰলৈ কিমান কিলোমিটাৰ দূৰত্ব?

1) ৬২৮৭

2) ৬৩৭৮

3) ওপৰৰ এটাও নহয়

Ans: ৬৩৭৮

৯। কেন্দ্ৰভাগৰ অধ্য়য়ন প্ৰত্য়ক্ষভাৱে কৰা সহজ ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়

১০। পৃথিৱীৰ অভ্য়ন্তৰৰ এই তিনিটা স্তৰৰ ভিতৰত ছিয়াল বা অম্ল মণ্ডলৰ সৈতে ভূত্বকৰ সম্পৰ্ক  কি?

1) অধিক

2) কম

3) ওপৰৰ এটাও নহয়

Ans: অধিক

১১। পৃথিৱীৰ উপৰিভাগৰ প্ৰথম স্তৰটো ঘনত্ব কিমান ?

1) ২.৯

2) ৩.১

3) ২ .৭৫

Ans: ২ .৭৫

১২। গুৰুমণ্ডলৰ ঘনত্ব কিমান ?

1) ৬৩৮০

2) ২.৯ ৰ পৰা ৩.১

3) ২.৪৫

Ans: ২.৯ ৰ পৰা ৩.১

১৩। পৃথিৱীৰ অন্তভাগত কি আছে ?

1) তৰপ

2) খোলা

3) ওপৰৰ এটাও নহয় ।

Ans: তৰপ

১৪। ছিমা স্তৰটো কিহেৰে গঠিত ?

1) অলিভিত শিলাৰে

2) খোলা

3) এটাও নহয় ।

Ans: অলিভিত শিলাৰে

১৫। পৃথিৱীৰ অভ্য়ন্তৰলৈ উত্তাপ কি গৈ থাকে ?

1) কমি গৈ থাকে

2) বাঢ়ি গৈ থাকে

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: বাঢ়ি গৈ থাকে

১৬। পৃছিৱীৰ অভ্য়ন্তৰলৈ বৃদ্ধিৰ হাৰ কি নহয় ?

1) সমান

2) অসমান

3) সমানুপাতত

Ans: সমানুপাতত

১৭। শিল, মাটি, বোকা, বালি, পানী আদিৰে কোনটো মণ্ডল গঠিত হৈ থাকে ?

1) অম্ল মণ্ডল

2) গুৰু মণ্ডল

3) এটাও নহয় ।

Ans: অম্ল মণ্ডল

১৮। কি সংকেত লগ লগাই SiMa দিয়া হৈছে ?

1) ৰাসায়নিক

2) জৈৱিক

3) অজৈৱিক

Ans: ৰাসায়নিক

১৯। ৰাসায়নিক সংকেত কেইটা লগ লগাই SiMa দিয়া হৈছে ? 

1) তিনিটা

2) দুটা

3) এটা

Ans: দুটা

২০। ( Si ) মানে কি ?

1) মেগনেছিয়াম

2) ছিয়াল

3) ছিলিকন

Ans: ছিলিকন

Type Susmita Kakati