পৃথিৱীৰ উপৰিভাগ

১। পৃথিৱীৰ ওপৰিভাগ অৰ্থাৎ ভূত্বক ।

1) সমান

2) অসমান

3) ওপৰৰ এটাও নহয়

Ans: অসমান

২। ওখোৰা-মোখোৰা এই ভূত্বকক কেইভাগত ভগাব পাৰি?

1) চাৰিভাগত

2) দুভাগত

3) এক ভাগত

Ans: দুভাগত

৩। মহাদেশবোৰৰ উপৰি মহাসাগৰৰ তলিভাগতো কি থকা দেখা যায়?

1) পৰ্বত-পাহাৰ

2) নদ-নদী

3) ওপৰৰ এটাও নহয়

Ans: পৰ্বত-পাহাৰ

৪। পাহাৰতকৈ চাপৰ অ'ত-ত'ত থিয় হৈ থকা ওখ শিলাময় খণ্ডক কি বোলে?

1) নদী

2) টিলা

3) ওপৰৰ এটাও নহয়

Ans: টিলা

৫। ভাৰতৰ হিমালয় পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ কি?

1) পৰ্বত শ্ৰেণী

2) নদী

3) ওপৰৰ এটাও নহয়

Ans: পৰ্বত শ্ৰেণী

৬। হিমালয় পৰ্বতৰ গড় উচ্চতা কিমান মিটাৰ ?

1) ৬০৪০

2) ৭০৯০

3) ৬০৯০

Ans: ৬০৯০

৭। বিস্তিৰ্ণ উচ্চভূমিক কি বোলা হয় ?

1) মালভূমি

2) সমভূমি

3) ওপৰৰ এটাও নহয়

Ans: মালভূমি

৮। নদীয়ে গঠন কৰা উপত্য়াকা ইংৰাজী কি আখৰটোৰ নিচিনা?

1) J

2) A

3) v

Ans: v

৯। হিমবাহে সৃষ্টি কৰা উপত্য়কা দেখিবলৈ ইংৰাজী কি আখৰটো নিচিনা?

1) u

2) R

3) D

Ans: u

১০। পৃথিৱীৰ আটাইতকৈ দ হ্ৰদ কি?

1) বৈকাল

2) আৰল

3) ওপৰৰ এটাও নহয়

Ans: বৈকাল

১১। বৈকাল কিমান মিটাৰ দ?

1) ১৫২৩

2) ১৫২৪

3) ১৪২৪

Ans: ১৫২৪

১২।  পৃথিৱীৰ আটাইটকৈ ডাঙৰ হ্ৰদ কি?

1) বৈকাল

2) কাস্পিয়ান

3) ওপৰৰ এটাও নহয়

Ans: কাস্পিয়ান

১৩। ভূত্বকৰ ওখোৰা-মোখোৰা স্থানবোৰৰ নিম্ন অংশবোৰত পানী জমা হৈ পৃথিৱীৰ কি মণ্ডল সৃষ্টি হৈছে?

1) জলমণ্ডল

2) স্থলমণ্ডল

3) ওপৰৰ এটাও নহয়

Ans: জলমণ্ডল

১৪। চাৰিওফালে মাটিভাগেৰে আগুৰা বিস্তৃত জলৰাশিক কি বোলে?

1) হ্ৰদ

2) পৰ্বত

3) ওপৰৰ এটাও নহয়

Ans: হ্ৰদ

১৫। পৰ্বততকৈ চাপৰ শিলাময় ভূমিভাগক কি বোলা হয়?

1) পাহাৰ

2) নদী

3) ওপৰৰ এটাও নহয়

Ans: পাহাৰ

১৬। যি ঠাইৰপৰা জলধাৰা আৰম্ভ হয় তাক কি বোলে?

1) উৎস

2) হ্ৰদ

3) ওপৰৰ এটাও নহয়

Ans: উৎস

১৭। যমুনা ,সোৱণশিৰি, পাগলাদিয়া, দিখৌ, দিহিং আদি অসমৰ কি নদী?

1) উপনদী

2) নদী

3) ওপৰৰ এটাও নহয়

Ans: উপনদী

১৮। কাস্পিয়ানৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ?

1) ৩০,০০,০০০

2) ৪০,০০,০০০

3) ওপৰৰ এটাও নহয়

Ans: ৪০,০০,০০০

১৯। ধৰাপৃষ্ঠৰ সাত ভাগৰ কিমান অংশই  জলমণ্ডলে আৱৰি আছে?

1) চাৰি

2) পাঁচ

3) ছয়

Ans: পাঁচ

২০। দুশাৰী পৰ্বত বা উচ্চভূমিৰ মাজৰ দীঘলীয়া নিম্ন সমতল ভূমিক কি বোলা হয়?

1) সমভূমি

2) উপত্য়কা

3) ওপৰৰ এটাও নহয়

Ans: উপত্য়কা

Type Susmita Kakati