সম্পদ

১। কিমান চনত অসমৰ হাবিত চাহ গছৰ আৱিষ্কাৰ হৈছিল  

1) ২০২০

2) ১৮২৪

3) ১৮২৩

Ans: ১৮২৩

২। কোনে  চাহপাত সিজাই চাহ প্ৰস্তুত কৰিব পাৰি বুলি প্ৰমাণ কৰি দেখুৱাইছিল?

1) ছাৰ আইজাক নিউটন 

2) ৰবাট ব্ৰুছ

3) ওপৰৰ এটাও নহয়

Ans: ৰবাট ব্ৰুছ

৩। চাহ এবিধ প্ৰয়োজনীয় দ্ৰব্য়।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। উদ্ভিদ আৰু  জীৱসমূহ কি সম্পদ?

1) প্ৰাকৃতিক সম্পদ

2) জৈবিক সম্পদ

3) ওপৰৰ এটাও নহয়

Ans: জৈবিক সম্পদ

৫।সকলোতে থকা সম্পদক কি বোলে?

1) সৰ্বব্য়াপী সম্পদ

2) জৈৱিক সম্পদ

3) ওপৰৰ এটাও নহয়

Ans: সৰ্বব্য়াপী সম্পদ

৬। মানুহে  প্ৰাকৃতিক সকলো সম্পদকে নিজৰ জ্ঞান-বুদ্ধি আৰু কৰ্মৰদ্বাৰা ব্য়ৱহাৰৰ উপযোগী কৰি তুলিব?

1) পাৰে

2) নোৱাৰে

3) ওপৰৰ এটাও নহয়

Ans: পাৰে

৭। ব্য়ৱহাৰ অনুসৰি সম্পদসমূহৰ শ্ৰেণী বিভাজন?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৮।বিতৰণ ভিত্তিক প্ৰাকৃতিক সম্পদক কেইভাগত ভগোৱা হইছে?

1) তিনি ভাগত

2) দুই ভাগত

3) ওপৰৰ এটাও নহয়

Ans: দুই ভাগত

৯। প্ৰাকৃতিক বিভিন্ন সম্পদৰ দৰে মানুহো এক অৰ্থত সম্পদ ?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১০। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১১। সম্পদ কেই প্ৰকাৰৰ ? 

1) দুই প্ৰকাৰৰ

2) তিনি প্ৰকাৰৰ

3) চাৰি প্ৰকাৰৰ

Ans: তিনি প্ৰকাৰৰ

১২। মানুহ কি শ্ৰেষ্ঠ ?

1) জীৱ

2) সম্পদ

3) ওপৰৰ এটাও নহয় ।

Ans: জীৱ

১৩। প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভগাব পাৰি ?

1) এটা

2) তিনিটা

3) দুটা

Ans: দুটা

১৪। জৈৱ ইন্ধন, হাইড্ৰ'জেন কি সম্পদ ?

1) প্ৰাকৃতিক সম্পদ

2) অপৰম্পৰাগত শক্তি সম্পদ

3) মানৱ সম্পদ

Ans: অপৰম্পৰাগত শক্তি সম্পদ

১৫। পানী, মাটি, সূৰ্যৰ শক্তি আদি আমি কৰ পৰা পাওঁ ?

1) প্ৰকৃতিৰ পৰা

2) মানুহৰ পৰা

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: প্ৰকৃতিৰ পৰা

১৬। জৈৱিক আৰু অজৈৱিক কি সম্পদ ?

1) মানৱ সম্পদ

2) কৰ্ষিত সম্পদ

3) প্ৰাকৃতিক সম্পদ

Ans: প্ৰাকৃতিক সম্পদ

১৭। ক'ত কয়লা পোৱা যায়  ?

1) মাটিৰ তলত

2) মাটিৰ ওপৰত

3) ওপৰৰ এটাও নহয় ।

Ans: মাটিৰ তলত

১৮। অসমৰ প্ৰধান সম্পদ কি ?

1) খনিজ সম্পদ

2) প্ৰাকৃতিক সম্পদ

3) মানৱ সম্পদ

Ans: খনিজ সম্পদ

১৯। শিল, মাটি-পানী, খনিজ দ্ৰব্য়সমূহ, যাৰ জীৱ নাই সেইবোৰক কি সম্পদ বোলে ?

1) জৈৱিক সম্পদ

2) অজৈৱিক সম্পদ

3) প্ৰাকৃতিক সম্পদ

Ans: অজৈৱিক সম্পদ

২০। ঘৰ-দুৱাৰ, আলিবাট-দলং ইত্য়াদি কি সম্পদ ?

1) মানৱসৃষ্ট সম্পদ

2) প্ৰাকৃতিক সম্পদ

3) মানৱ সম্পদ

Ans: মানৱসৃষ্ট সম্পদ

Type Susmita Kakati