অসমৰ সম্পদ

১। আমি বসবাস কৰা আমাৰ ৰাজ্য়খন প্ৰাকৃতিক সম্পদত চহকী ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

২। প্ৰাকৃতিক সম্পদৰাজিক আমি  বনজ জলজ আৰু খনিজ ৰূপত এনেদৰে বৰ্ণনা কৰিব ।

1) পাৰো

2) নোৱাৰো

3) ওপৰৰ এটাও নহয়

Ans; পাৰো

৩। অসমৰ বনভূমি অঞ্চল নানা উদ্ভিদ  আৰু জীৱ-জন্তুৰে ভৰা।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৪। অৰ্দ্ধহৰিৎ অৰণ্য় চিৰহৰিৎ অৰণ্য়ৰ কাষে কাষে দেখা ।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

৫। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্য়কা অঞ্চলত বহুতো কি আছে?

1) বিল-জলাহ

2) পৰ্বত-পাহাৰ

3) ওপৰৰ এটাও নহয়

Ans: বিল-জলাহ

৬।দীপৰ বিলক কি বুলি পৰিগণিত কৰা হৈছে?

1) ক্ষেত্ৰৰূপে ৰামচৰ

2) ৰামচৰ ক্ষেত্ৰ

3) ওপৰৰ এটাও নহয়

Ans: ৰামচৰ ক্ষেত্ৰ

৭। অসমৰ নদ-নদী, বিল ,জল সকলোতে নানা প্ৰজাতিৰ মাছ, কাছ,শিহু আদি পোৱা।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

৮। অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ ।

1) আছে

2) নাই

3) ওপৰৰ এটাও নহয়

Ans: আছে

৯। কিমান চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়?

1) ১৮ ৮৯

2) ১৯ ০১

3) ওপৰৰ এটাও নহয়

Ans: ১৯ ০১

১০। তেলৰ লগতে প্ৰাকৃতিক গেছো প্ৰচুৰ পৰিমানে অসমত পোৱা ।

1) নাযায়

2) যায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

১১। অসমৰ প্ৰধান নদী কেইখন ?

1) তিনিখন

2) দুখন

3) এখন

Ans: দুখন

১২। অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

1) ব্ৰহ্মপুত্ৰ আৰু বৰাক

2) কপিলি আৰু সোৱনশিৰি

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ব্ৰহ্মপুত্ৰ আৰু বৰাক

১৩। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্য়ান আছে ?

1) ৭ খন

2) ৫খন

3) ৯ খন

Ans: ৫খন

১৪। অসমত কেইখন অভয়াৰণ্য় আছে ?

1) ১৭ খন

2) ১৬ খন

3) ১৫ খন

Ans: ১৭ খন

১৫। অসমত কেইটা ব্য়াঘ্ৰ প্ৰকল্প আছে  ?

1) ৪টা

2) ৩টা

3) ৮টা

Ans: ৩টা

১৬। অসমত ৫টা কি আছে ?

1) হস্তী সংৰক্ষণ প্ৰকল্প

2) ব্য়াঘ্ৰ প্ৰকল্প

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: হস্তী সংৰক্ষণ প্ৰকল্প

১৭। অসমত কেখন প্ৰস্তাৱিত আছে  ?

1) ১০খন

2) ৩খন

3) ৫খন 

Ans: ৩খন

১৮। কয়লাজান আৰু ডিলাই পাহাৰ কোন জিলাত পোৱা যায়  ?

1) ডিমাহাচাও জিলাত

2) কাৰ্বি আংলং জিলাত

3) ওপৰৰ এটাও নহয় ।

Ans: কাৰ্বি আংলং জিলাত

১৯। অসমৰ মাটিকালিৰ প্ৰায় কিমান বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিয়ে আগুৰা ?

1) ২৭,৬৭৩

2) ২৬,৭৬৩

3) ২৫,৩৬৭

Ans: ২৭,৬৭৩

২০। কাৰ্বি পাহাৰৰ কিছুমান অঞ্চলত কি পোৱা যায় ?

1) ঔষধ

2) সূতা

3) জিপ্ছাম

Ans: জিপ্ছাম

Type Susmita Kakati