ভাৰতবৰ্ষৰ  উত্তৰ-পৃৰ্বাঞ্চল

১। নগালেণ্ড, মণিপুৰ, অসমৰ কাৰ্বি আংলং আৰু মিজোৰামৰ বিস্তৃত অঞ্চল পাহাৰেৰে আবৃত ।

1) হয়

2) নহয়

3)ওপৰৰ এটাও নহয়

Ans: হয়

২। মেঘালয় এখন কি?

1) সমভুমি

2) মালভুমি

3) ওপৰৰ এটাও নহয়

Ans: মালভুমি

৩। মালভূমিৰ এটা অংশ পূবে কলৈ আগবাহি গৈছে?

1) অসম

2) মেঘালয়

3) ওপৰৰ এটাও নহয়

Ans: অসম

৪। অসমৰ ধনশিৰি আৰু কপিলী নৈয়ে এই মালভূমি পৃথক ।

1) কৰিছে

2) নাইকৰা

3) ওপৰৰ এটাও নহয়

Ans: কৰিছে

৫। মণিপুৰৰ সমভূমিত 'লোকটক' নামে এটা হ্ৰদ ।

1) নাই

2) আছে

3) ওপৰৰ এটাও নহয়

Ans: আছে

৬। ছিকিম আৰু অৰুণাচল প্ৰদেশৰ হিমালয়ৰ অন্তৰ্গত পাৰ্বত্য়ভূমি, বশেষকৈ উত্তৰ অংশ বৰফেৰে আবৃত হৈ থকা বাবে শীতকালত তীব্ৰ শীত অনুভৱ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৭। উত্তৰ-পূব মৌচুমী বতাহক উত্তৰত হিমালয় পৰ্বতশ্ৰেণীয়ে বাধা দিয়া বাবে শীতকাল অতি তীব্ৰ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়

৮। নানা নদ-নদী আৰু জলৰাশিয়ে স্থানীয় বৰষুণ হোৱাত অৰিহণা ।

1) যোগায়

2) নোযোগায়

3) ওপৰৰ এটাও নহয়

Ans: যোগায়

৯। অৰণ্য়সমূহৰ অৱস্থিতি বায়ুপ্ৰৱাহ আৰু বৃষ্টিপাত সৃষ্টিত সহায়।

1) নকৰে

2) কৰে

3) ওপৰৰ এটাও নহয়

Ans: কৰে

১০।মৌচুমী ,উপক্ৰান্তীয় আৰু ক্ৰান্তীয় জলবায়ু বুলি ক'ব।

1) পাৰি

2) নোৱাৰি

3) ওপৰৰ এটাও নহয়

Ans: পাৰি

১১। শৰতৰ শেষত আঘোণ মাহৰ আৰম্ভণিৰ পৰা পুহ মাহৰ শেষলৈ কি কাল?

1) শীত

2) গ্ৰীষ্ম

3) হেমন্ত

Ans: হেমন্ত

১২। মাঘ আৰু ফাগুনৰ সমছোৱাক কি কাল বুলিব পাৰি।

1) শৰৎ

2) শীত

3) গ্ৰীষ্ম

Ans: শীত

১৩। হিমালয়ৰ কিমান হাজাৰ মিটাৰ উচ্চতাত তৰাই নামৰ বননিত পৰ্ণপাতী উদ্ভিদ, নলবাহ আদি দেখা যায়?

1) ১৫০০

2) ১২০০

3) ২২২৫

Ans: ১২০০

১৪। ভাৰতবৰ্ষখন বিভিন্ন ধৰণৰ প্ৰাকৃতিক উদ্ভিদেৰে পিৰিপূৰ্ণ এখন দেশ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

১৫। পৰ্ণপাতী উদ্ভিদে বসন্ত কাল আৰু গ্ৰীষ্ম কালৰ আগত পাত।

1) সলাই

2) নসলাই

3) ওপৰৰ এটাও নহয়

Ans: সলাই

১৬। পাদদেশত পৰ্ণপাতী অৰণ্য় দেখা।

1) যায়

2) নাযায়

3) ওপৰৰ এটাও নহয়

Ans: যায়

১৭। অসমৰ ৰাজধানী কি ?

1) শ্বিলং

2) দিছপুৰ

3)  ইটানগৰ

Ans: দিছপুৰ

১৮। ছিকিমৰ ৰাজধানী কি ?

1) দিছপুৰ

2) গেংটক

3) ইম্ফল

Ans: গেংটক

১৯। ২০১১ চনত অসমত জনসংখ্য়া কিমান আছিল ?

1) ৩১,২০৫,৫৭৬ জন

2) ৬১০,৫৭৭ জন

3) ৩,৬৭৩,৯১৭ জন

Ans: ৩১,২০৫,৫৭৬ জন

২০। অসমৰ প্ৰধান পাহাৰ কেইখনৰ নাম কি ?

1) পাটকাই, মণিপুৰ

2) ছিংগালিয়া, ডনক্য়াচলা

3) উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ

Ans: উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ

Type Susmita Kakati