ভাৰতৰ জলবায়ু

১। ভাৰতৰ দক্ষিণত থকা মহাসাগৰখনৰ নাম কি ?

1) প্ৰশান্ত মহাসাগৰ

2) আটলাণ্টিক মহাসাগৰ

3) ভাৰত মহাসাগৰ

Ans: ভাৰত মহাসাগৰ

২। ভাৰতৰ প্ৰায় সোঁমাজেদি পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি ?

1) কৰ্কটক্ৰান্তি

2) বিষুৱ ৰেখা

3) মকৰক্ৰান্তি

Ans: কৰ্কটক্ৰান্তি

৩। ক্ৰান্তীয় অঞ্চল ক'ত অৱস্থিত ?

1) বিষুৱৰ ওচৰত

2) কৰ্কতক্ৰান্তিৰ ওচৰত

3) এটাও নহয়

Ans: বিষুৱৰ ওচৰত

৪। কোন দিশে আগবাঢ়ি গ'লে উষ্ণতাৰ তাৰতম্য অধিক হয় ?

1) দক্ষিণ দিশে

2) পশ্চিম দিশে

3) উত্তৰ দিশে

Ans: উত্তৰ দিশে

৫। জলবায়ুৰ তাৰতম্য অনুসৰি বছৰটোক কেইটা প্ৰধান ঋতুত ভাগ কৰিব পাৰি ?

1) সাতটা

2) ছটা

3) নটা

Ans: ছটা

৬। চ'ত মাহৰ আৰম্ভণিৰপৰা ব'হাগৰ শেষ পৰ্যন্ত কি কাল বুলি ধৰিব পাৰি ?

1) বসন্ত কাল

2) বৰ্ষা কাল

3) হেমন্ত কাল

Ans: বসন্ত কাল

৭। কি কালত জাৰৰ প্ৰকোপ কমি বতৰ নাতিশীতোষ্ণ হয় ?

1) বৰ্ষা কালত

2) শীত কালত

3) এটাও নহয়

Ans: এটাও নহয়

৮। বসন্তৰ বতৰ কাৰ মাতে উতলা কৰে ?

1) ঘনচিৰিকাৰ মাতে

2) কুলিৰ মাতে

3) শালিকাৰ মাতে

Ans: কুলিৰ মাতে

৯। আহিন মাহৰ আৰম্ভণিৰপৰা কাতি মাহৰ শেষলৈ সাধাৰণতে কি ঋতুৰ সময় ?

1) শৰৎ

2) হেমন্ত

3) বসন্ত

Ans: শৰৎ

১০। ইউৰোপ মহাদেশ তথা অন্যান্য পশ্চিমীয়া দেশসমূহত ঋতুক প্ৰধানত কেইটা ভাগত ভগাব পাৰি ?

1) ছটা

2) তিনিটা

3) চাৰিটা

Ans: চাৰিটা

১১। প্ৰাক্-শীত কালক আমাৰ কোনটো ঋতুৰ সৈতে তুলনা কৰিব পাৰি ?

1) শীত

2) হেমন্ত

3) বৰ্ষা

Ans: হেমন্ত

১২। ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ু বা মৌচুমী বৰষুণৰ অঞ্চলত গ্ৰীষ্ম কালৰ উষ্ণতা কিমান হয় ?

1) ১৪° চেলছিয়াছ

2) ৩৪° চেলছিয়াছ

3) ৩২° চেলছিয়াছ

Ans: ৩২° চেলছিয়াছ

১৩। ক্ৰান্তীয় ছাভানা জলবায়ু অঞ্চলত শীত কালৰ উষ্ণতা কিমান হয় ?

1) ৩২° চেলছিয়াছ

2) ১৮° চেলছিয়াছ

3) ১২° চেলছিয়াছ

Ans: ১৮° চেলছিয়াছ

১৪। তাল, সিজু আদি কি অঞ্চলত দেখা যায় ?

1) শুকান বননি অঞ্চলত

2) পৰ্বতীয়া অৰণ্য অঞ্চলত

3) ক্ৰান্তীয় ছাভানা অঞ্চলত

Ans: শুকান বননি অঞ্চলত

১৫। ভাৰতবৰ্ষৰ কিমান অঞ্চলত জলাহ হাবি আছে ?

1) ৬৭৪০ বৰ্গ কিঃ মিঃ

2) ১৫০০ বৰ্গ কিঃ মিঃ

3) ২০০০ বৰ্গ কিঃ মিঃ

Ans: ৬৭৪০ বৰ্গ কিঃ মিঃ

১৬। যিবোৰ অঞ্চলত বছৰি ২০৩ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় সেইবোৰত কি দেখা যায় ?

1) পৰ্ণপাতী বননি

2) শুকান বননি

3) চিৰসেউজীয়া বৃষ্টি ঘন বননি

Ans: চিৰসেউজীয়া বৃষ্টি ঘন বননি

১৭। ইংৰাজী ভাষাত কেইটা ঋতু পঢ়িবলৈ পোৱা যায় ?

1) তিনিটা

2) চাৰিটা

3) ছটা

Ans: চাৰিটা

১৮। কি দেশত পৰ্ণপাতী অৰণ্য দেখা যায় ?

1) পাদদেশত

2) হিমালয়ত

3) ভাৰতত

Ans: পাদদেশত

১৯। উচ্চতা বৃদ্ধিৰ লগে লগে উত্তাপ কমি অহাৰ বাবে কি সলনি হয় ?

1) প্ৰকৃতি সালসলনি

2) পৰ্বতীয়া অৰণ্য

3) উদ্ভিদৰ প্ৰকৃতি

Ans: উদ্ভিদৰ প্ৰকৃতি

২০। যিবোৰ ঠাইত ৫০-১০১ চেঃ মিঃ বৰষুণ হয়, বিশেষকৈ গ্ৰীষ্ম কালত গৰম আৰু বৰষুণ, শীত কালত শুকান আৰু ঠাণ্ডা , তেনেবোৰ ঠাইত কি দেখা যায় ?

1) পৰ্ণপাতী বননি

2) ক্ৰান্তীয় ছাভানা

3) শুকান বননি

Ans: ক্ৰান্তীয় ছাভানা



Type Susmita Kakati