Class 12 Advance Assamese MCQ

Chapter 4 গোট - ১

মোৰ গাঁও


1. মোৰ গাঁও কবিতাতো কোনে ৰচিছিল ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) ডিম্বেশ্বৰ নেওগ

গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ খ) ডিম্বেশ্বৰ নেওগ

2. এই কবিতাটোত কিহৰ কথা উল্লেখ আছে-

ক) গাওঁৰ

খ) নগৰৰ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) গাওঁৰ

3. তেওঁ কিমান চনত জন্ম হৈছিল ?

ক) ১৮৯৯ চনত

খ) ১৯৯৯ চনত

গ) ১৭৯৯ চনত

উত্তৰঃ ক) ১৮৯৯ চনত

4. ধনেই দয়া-স্নেহৰ মূল, কথাষাৰ সচাঁ নে মিছা-

ক) সচাঁ

খ) মিছা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সচাঁ

5. তেওঁ ক'ত জন্ম হৈছিল ?

ক) দিছপুৰ

খ) দিখৌ পাৰৰ কমাৰফদিয়া গাঁৱত

গ) ডিব্ৰুগৰ

উত্তৰঃ খ) দিখৌ পাৰৰ কমাৰফদিয়া গাঁৱত

6. বঙহ মানে কি ?

ক) গোত্ৰ

খ) চাতুৰী

গ) কুটিলতা

উত্তৰঃ ক) গোত্ৰ

7. তেওঁ ইংৰাজী ভাষাত কি কি ৰছনা কৰিছে-

ক) সাধু

খ) কবিতা

গ) গ্ৰন্থ

উত্তৰঃ গ) গ্ৰন্থ

8. সাহিত্যৰ বুৰঞ্জী কি হিচাপে নেওগ অসমীয়া সাহিত্যত বিখ্যাত?

ক) প্ৰণেতা

খ) প্ৰবন্ধকাৰ

গ) গীতিকাৰ

উত্তৰঃ ক) প্ৰণেতা

9. তেওঁৰ ৰচনা পুথি কেইখন ?

ক) তিনিখন

খ) সাতখন

গ) আঠখন

উত্তৰঃ গ) আঠখন

10. কোন জিলাৰ অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল-

ক) নগাঁও

খ) নলবাৰী

গ) শিৱসাগৰ

উত্তৰঃ খ) নলবাৰী

11. কি ভাষাতো তেওঁ কেইবাখনো আলোচনামূলক গ্ৰন্থ ৰচনা কৰিছিল ?

ক) অসমীয়া

খ) ইংৰাজী

গ) হিন্দী

উত্তৰঃ খ) ইংৰাজী

12. দীপাৱলী গ্ৰন্থখন কোনে ৰছনা কৰিছিল-

ক) চন্দ্ৰকুমাৰ আগৰৱালা

খ) ডিম্বেচৰ নেওগ

গ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ খ) ডিম্বেচৰ নেওগ

13. কিমান চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল ?

ক) ১৯৬৫ চনত

খ) ১৯৮৭ চনত

গ) ১৯৫৪ চনত

উত্তৰঃ ক) ১৯৬৫ চনত

14. ডিম্বেশ্বৰ নেওগ ইন্দ্ৰধনুৰ কবি আছিল। সচাঁ নে মিছা-

ক) সচাঁ

খ) মিছা 

উত্তৰঃ ক) সচাঁ

15. তেওঁ কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৭৭ চনত

খ) ১৯৮৮ চনত

গ) ১৯৬৬ চনত

উত্তৰঃ গ) ১৯৬৬ চনত

16. ডিম্বেশ্বৰ নেওঁগৰ জন্ম কোন গাৱত হৈছিল-

ক) কমাৰফদিয়া গাঁৱত

খ) কমাৰদিয়া গাঁৱত

গ) কমাৰ গাঁৱত

উত্তৰঃ ক) কমাৰফদিয়া গাঁৱত

17. বঙহ শব্দ অৰ্থ কি ?

ক) বংশ

খ) ছলনা

গ) চাতুৰী

উত্তৰঃ ক) বংশ

18. ডিম্বেশ্বৰ নেওগ পেছাত এজন শিক্ষকও আছিল-

ক) সচাঁ

খ) মিছা

উত্তৰঃ ক) সচাঁ

19. বিনন্দীয়া শব্দ অৰ্থ কি ?

ক) অতি ধুনীয়া

খ) কৃত্ৰিমতা

গ) অৰ্হতা

উত্তৰঃ ক) অতি ধুনীয়া

20. ডিম্বেশ্বৰ নেওগ সাহিত্য বুৰঞ্জীৰ প্ৰণেতা।শুদ্ধ নে অশুদ্ধ-

ক) শুদ্ধ

খ) অশুদ্ধ

উত্তৰঃ ক) শুদ্ধ