পৰিকল্পিত বিকাশৰ ৰাজনীতি

১। কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

ক)১৯৫০ চনত

খ)১৯৫১ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৫০ চনত

২। পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল?

ক)১৯৫২ চনত

খ)১৯৫৩ চনত

গ)১৯৫১ চনত

উত্তৰঃ গ)১৯৫১ চনত

৩। বৰ্তমানলৈ কেইখন প্ঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ কৰা হৈছিল?

ক)১৩ খন

খ)
১২ খন

গ)১৪ খন

উত্তৰঃ খ)১২ খন

৪। নীতি আয়োগ কেতিয়া গঠন কৰিছিল?

ক)২০১৭ চনত

খ)২০০১৬ চনত

গ)২০১৫ চনত

উত্তৰঃ গ)২০১৫ চনত

৫। কেতিয়া ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাক বিৰতি দিয়া হৈছিল?

ক)১৯৫৫-৬৯ লৈ

খ)১৯৬৬-৬৯ লৈ

গ)১৯৬৫-৬৯ লৈ

উত্তৰঃ খ)১৯৬৬-৬৯ লৈ

৬। কেতিয়া পৰা দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? 

ক)২০০৪ চনত পৰা

খ)২০০২ চনত পৰা

গ)২০০৩ চনত পৰা

উত্তৰঃ খ)২০০২ চনত পৰা

৭। কিমান চনত কিছুসংখ্যক উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অৰ্থনীতিক প্ৰতিষ্ঠা কৰাৰ বাবে এটা যুটিয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে?

ক)১৯৪৫ চনত

খ)১৯৪৪ চনত

গ)১৯৩৫ চনত

উত্তৰঃ খ)১৯৪৪ চনত

৮। কিমান চনৰ পৰা কিমান চনলৈ সময়ছোৱাত বৃটিছৰ দুৰ্ভিক্ষ নীতি ৰ ব্যৰ্থতাৰ বাবে দুৰ্ভিক্ষই বহু লোকৰ প্ৰাণহানি হৈছিল?

ক)১৮৮০-১৯৪৭ চনৰ

খ)১৮৮০-১৯৩৭ চনৰ

গ)১৮৮০-১৯২৭ চনৰ

উত্তৰঃ ক)১৮৮০-১৯৪৭ চনৰ

৯। ভাৰবৰ্ষত কেইধৰণৰ পৰহিকল্পনা প্ৰস্তুত কৰা হয়?

ক)তিনি ধৰণে

খ)এক ধৰণে

গ)দুই ধৰণে

উত্তৰঃ গ)দুই ধৰণে

১০। নীতি আয়োগৰ অধ্যক্ষ কোন?

ক)ৰাষ্ট্ৰমন্ত্ৰী

খ)প্ৰধানমন্ত্ৰী

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)প্ৰধানমন্ত্ৰী

Answer Type - Boby Bora