প্ৰাকৃতিক সম্পদ
১। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে কি সম্পদ বোলে ?
মানৱ সম্পদ
প্ৰাকৃতিক সম্পদ
এটাও নহয়
উত্তৰ-প্ৰাকৃতিক সম্পদ
২। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি ?
২৯ শতাংশ
২.৫ শতাংশ
এটাও নহয়
উত্তৰ-২৯ শতাংশ
৩। ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ কিমান ভূমি কৃষিকাৰ্যত ব্য়ৱহাৰ হয় ?
৬০.৪৩ শতাংশ
৩৯ শতাংশ
এটাও নহয়
উত্তৰ-৬০.৪৩ শতাংশ
৪। গ্ৰামাঞ্চলত কৃষকৰ বাবে ___________ জীয়াই থকাৰ সম্বল।
ব্য়ৱসায়-বাণিজ্য়ই
মাটিয়েই
এটাও নহয়
উত্তৰ-মাটিয়েই
৫। ভূমিস্থলন কি ?
প্ৰাকৃতিক আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ ।
নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়া
এটাও নহয়
উত্তৰ-প্ৰাকৃতিক আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ ।
৬। চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য়সমূহক কি বুলি জনা যায় ?
চিৰসেউজী
বৰ্ষাৰণ্য
এটাও নহয়
উত্তৰ-বৰ্ষাৰণ্য
৭। শক্তি সম্পদক কেইটা ভাগত ভগাব পাৰি ?
দুটা ভাগত
চাৰিটা ভাগত
এটাও নহয়
উত্তৰ-দুটা ভাগত
৮। কয়লা এবিধ কি ?
ভূ-তাপীয় শক্তি
জীৱাষ্ম ইন্ধন
এটাও নহয়
উত্তৰ-জীৱাষ্ম ইন্ধন
৯। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বতাহ পাৰ্কখন ক'ত অৱস্থিত ?
জয়চালমেৰত
উত্তৰ প্ৰদেশত
এটাও নহয়
উত্তৰ-জয়চালমেৰত
১০। সম্পদৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত __________ আৰু _________ প্ৰতি সচেতন হোৱাটো সকলোৰে কৰ্তব্য় ।
সংৰক্ষণ, ব্য়ৱহাৰৰ
মিতব্য়য়ী, সংৰক্ষণৰ
এটাও নহয়
উত্তৰ-মিতব্য়য়ী, সংৰক্ষণৰ
১১। নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে কি বুলে?
ভূমিস্খলন বুলে
গৰাখহনীয়া বুলে
মৰুকৰণ বুলে
উত্তৰ-গৰাখহনীয়া বুলে
১২। পৃথিৱীৰ সমুদায় পানীৰ সৰহ ভাগেই কাৰ বাবে ব্য়ৱহাৰযোগ্য় নহয়?
জীৱ-জন্তুৰ বাবে
মানুহৰ বাবে
পশু-পক্ষীৰ বাবে
উত্তৰ-মানুহৰ বাবে
১৩। ভূগৰ্ভত কিহৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে?
কয়লা সৈতে
পেট্ৰ'লিয়ামৰ সৈতে
কেৰাচিনৰ সৈতে
উত্তৰ-পেট্ৰ'লিয়ামৰ সৈতে
১৪। বিভিন্ন উপায়েৰে কি সংৰক্ষণ কৰিব পাৰি?
পানী সংৰক্ষণ কৰিব পাৰি
ভূমি সংৰক্ষণ কৰিব পাৰি
জীৱাশ্ম ইন্ধন সংৰক্ষণ কৰিব পাৰি
উত্তৰ-ভূমি সংৰক্ষণ কৰিব পাৰি
১৫। পৃথিৱীৰ প্ৰায় সকলোতে কি সম্পদ বিয়পি থকা বুলি কব পাৰি?
প্ৰাকৃতিক সম্পদ
মানৱ সম্পদ
শক্তি সম্পদ
উত্তৰ-শক্তি সম্পদ
১৬। কিমান চন মানতে পৃথিৱীৰ আধা জনসংখ্য়াই ব্য়ৱহাৰযোগ্য় পানীৰ নাটনিত ভূগিব?
২০২৩ চন মানতে
২০২৪ চন মানতে
২০২৫ চন মানতে
উত্তৰ-২০২৫ চন মানতে
১৭। বনজ সম্পদৰ ব্য়ৱহাৰ কেই ধৰণৰ?
এক ধৰণৰ
দুই ধৰণৰ
তিনি ধৰণৰ
উত্তৰ-দুই ধৰণৰ
১৮। সমুদ্ৰৰ জোৱাৰ-ভাটাৰপৰা কি শক্তি উৎপাদন কৰিব পাৰি?
মানৱ শক্তি
বিদ্য়ুৎ শক্তি
প্ৰাকৃতিক শক্তি
উত্তৰ-বিদ্য়ুৎ শক্তি
১৯. দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহেনে?
নাহে
আহে
ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ-আহে
২০. বানপানী হৈ যোৱাৰ পাছত নৈত গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পায়ে নে?
পায়
নাপায়
ওপৰৰ এটাও নহয়
উত্তৰ-পায়
0 Comments