প্ৰাকৃতিক সম্পদ

১। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে কি সম্পদ বোলে ?

মানৱ সম্পদ

প্ৰাকৃতিক সম্পদ

এটাও নহয়

উত্তৰ-প্ৰাকৃতিক সম্পদ

২। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি ?

২৯ শতাংশ

২.৫ শতাংশ

এটাও নহয়

উত্তৰ-২৯ শতাংশ

৩। ২০১৮ চনৰ বিশ্ব-বেংকৰ এক তথ্য অনুসৰি ভাৰতৰ কিমান ভূমি কৃষিকাৰ্যত ব্য়ৱহাৰ হয় ?

৬০.৪৩ শতাংশ

৩৯ শতাংশ

এটাও নহয়

উত্তৰ-৬০.৪৩ শতাংশ

৪। গ্ৰামাঞ্চলত কৃষকৰ বাবে ___________ জীয়াই থকাৰ সম্বল।

ব্য়ৱসায়-বাণিজ্য়ই

মাটিয়েই

এটাও নহয়

উত্তৰ-মাটিয়েই

৫। ভূমিস্থলন কি ?

প্ৰাকৃতিক আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ ।

নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়া

এটাও নহয়

উত্তৰ-প্ৰাকৃতিক আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ ।

৬। চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য়সমূহক কি বুলি জনা যায় ?

চিৰসেউজী

বৰ্ষাৰণ্য

এটাও নহয়

উত্তৰ-বৰ্ষাৰণ্য

৭। শক্তি সম্পদক কেইটা ভাগত ভগাব পাৰি ?

দুটা ভাগত

চাৰিটা ভাগত

এটাও নহয়

উত্তৰ-দুটা ভাগত

৮। কয়লা এবিধ কি ?

ভূ-তাপীয় শক্তি

জীৱাষ্ম ইন্ধন

এটাও নহয়

উত্তৰ-জীৱাষ্ম ইন্ধন

৯। ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বতাহ পাৰ্কখন ক'ত অৱস্থিত ?

জয়চালমেৰত

উত্তৰ প্ৰদেশত

এটাও নহয়

উত্তৰ-জয়চালমেৰত

১০। সম্পদৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত  __________ আৰু _________ প্ৰতি সচেতন হোৱাটো সকলোৰে কৰ্তব্য় ।

সংৰক্ষণ, ব্য়ৱহাৰৰ

মিতব্য়য়ী, সংৰক্ষণৰ

এটাও নহয়

উত্তৰ-মিতব্য়য়ী, সংৰক্ষণৰ

১১। নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে কি বুলে? 

ভূমিস্খলন বুলে

গৰাখহনীয়া বুলে

মৰুকৰণ বুলে

উত্তৰ-গৰাখহনীয়া বুলে

১২। পৃথিৱীৰ সমুদায় পানীৰ সৰহ ভাগেই কাৰ বাবে ব্য়ৱহাৰযোগ্য় নহয়?

জীৱ-জন্তুৰ বাবে

মানুহৰ বাবে

পশু-পক্ষীৰ বাবে

উত্তৰ-মানুহৰ বাবে

১৩। ভূগৰ্ভত কিহৰ সৈতে প্ৰাকৃতিক গেছো মজুত হৈ থাকে?

কয়লা সৈতে

পেট্ৰ'লিয়ামৰ সৈতে

কেৰাচিনৰ সৈতে

উত্তৰ-পেট্ৰ'লিয়ামৰ সৈতে

১৪। বিভিন্ন উপায়েৰে কি সংৰক্ষণ কৰিব পাৰি?

পানী সংৰক্ষণ কৰিব পাৰি

ভূমি সংৰক্ষণ কৰিব পাৰি

জীৱাশ্ম ইন্ধন সংৰক্ষণ কৰিব পাৰি

উত্তৰ-ভূমি সংৰক্ষণ কৰিব পাৰি

১৫। পৃথিৱীৰ প্ৰায় সকলোতে কি সম্পদ বিয়পি থকা বুলি কব পাৰি?

প্ৰাকৃতিক সম্পদ

মানৱ সম্পদ

শক্তি সম্পদ

উত্তৰ-শক্তি সম্পদ

১৬। কিমান চন মানতে পৃথিৱীৰ আধা জনসংখ্য়াই ব্য়ৱহাৰযোগ্য় পানীৰ নাটনিত ভূগিব? 

২০২৩ চন মানতে

২০২৪ চন মানতে

২০২৫ চন মানতে

উত্তৰ-২০২৫ চন মানতে

১৭। বনজ সম্পদৰ ব্য়ৱহাৰ কেই ধৰণৰ?
এক ধৰণৰ

দুই ধৰণৰ

তিনি ধৰণৰ

উত্তৰ-দুই ধৰণৰ

১৮। সমুদ্ৰৰ জোৱাৰ-ভাটাৰপৰা কি শক্তি উৎপাদন কৰিব পাৰি?

মানৱ শক্তি

বিদ্য়ুৎ শক্তি

প্ৰাকৃতিক শক্তি

উত্তৰ-বিদ্য়ুৎ শক্তি
১৯. দুয়োপাৰত হোৱা খহনীয়াৰ ফলত নৈপৰীয়া মাটিৰ পৰিমাণ কমি আহেনে?

নাহে

আহে

ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ-আহে

২০. বানপানী হৈ যোৱাৰ পাছত নৈত গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পায়ে নে?

পায়

নাপায়

ওপৰৰ এটাও নহয়

উত্তৰ-পায়