জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

১। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান ?

২, ৬৬, ৩৮, ৪০৭ জন

৩, ১১, ৬৯, ২৭২ জন

এটাও নহয়

উত্তৰ-৩, ১১, ৬৯, ২৭২ জন

২। ২০০১ চনৰ পৰা ২০১১ চনলৈ অসমত মুঠ কিমান জনসংখ্যা বাঢ়িছিল ?

৪৫, ৩০, ৮৬৫ জন

৪৫, ৩০, ৭৮৫ জন

এটাও নহয়

উত্তৰ-৪৫, ৩০, ৮৬৫ জন

৩। ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?

৬১৩ কোটি

৬৬৮ কোটি

এটাও নহয়

উত্তৰ-৬৬৮ কোটি

৪। জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়াৰ স্থান কিমান ?

প্ৰথম

অষ্টম

এটাও নহয়

উত্তৰ-প্ৰথম

৫। ২০২০ চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান ?

১৩৪১ নিযুত

৪,৬৪১ নিযুত

এটাও নহয়

উত্তৰ-৪,৬৪১ নিযুত

৬। প্ৰব্ৰজনকাৰীসকলে যি স্থানৰপৰা যায় সেই ঠাইক প্ৰব্ৰজনৰ কি স্থান বোলে ?

উৎস স্থান

লক্ষ্য় স্থান

এটাও নহয়

উত্তৰ-উৎস স্থান

৭। জনসংখ্যাৰ ফালৰ পৰা আমাৰ দেশ ভাৰতৰ স্থান কিমান ?

প্ৰথম

দ্বিতীয়

এটাও নহয়

উত্তৰ-দ্বিতীয়

৮। ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল ?

৩৬৩ জন

৩৮২ জন

এটাও নহয়

উত্তৰ-৩৮২ জন

৯। কিহৰ ওপৰত ভিত্তি কৰি দেশ এখনৰ উন্নতি নিৰ্ভৰ কৰিব পাৰি ?

মানৱ সম্পদৰ ওপৰত

প্ৰাকৃতিক সম্পদৰ ওপৰত

এটাও নহয়

উত্তৰ-মানৱ সম্পদৰ ওপৰত

১০। পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল -

ৰাছিয়া

চীন

এটাও নহয়

উত্তৰ-চীন

১১। জনসংখ্য়াৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি?

৯টা

৪টা

১১টা

উত্তৰ-৪টা

১২। পৃথিৱীৰ ভিতৰতে জনবহুল দেশ কেইখন?

পাচঁখন

তিনিখন

নখন

উত্তৰ -নিখন

১৩। জনসংখ্য়াৰ থূপীকৰণে একোটা অঞ্চলত মানুহৰ ক'ত আহুকালৰ সৃষ্টি কৰে?

বেপাৰ-বাণিজ্য়িকত

নাচ-গানত

কাম-কাজত

উত্তৰ-কাম-কাজত

১৪। _________ চনত জনসংখ্য়া আছিল ________ কোটি?

২০০৬, ১০২

২০০৯, ১১৯

২০০৮, ১১৪

উত্তৰ-২০০৮, ১১৪

১৫। অতীতকালৰপৰাই মানুহে এঠাইৰ পৰা অন্য় এঠাইলৈ গৈ কি স্থাপন কৰি আহিছে?

ঘৰ স্থাপন কৰিছিল

জিলা স্থাপন কৰিছিল

বসতি স্থাপন কৰিছিল

উত্তৰ-বসতি স্থাপন কৰিছিল

১৬। ১৬৫০ চনত পৃথিৱীৰ জনসংখ্য়া কিমান কোটি আছিল?

৯০ কোটি

৫০ কোটি

১০ কোটি

উত্তৰ-৫০ কোটি

১৭। কোনখন মহাদেশৰ জনসংখ্য়া সৰ্বাধিক?

ইউৰোপ

আফ্ৰিকা

এছিয়া

উত্তৰ-এছিয়া

১৮। জনসংখ্য়া থূপীকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান কেইটা বসতি অঞ্চল আছে? 

দহটা

এটা

চাৰিটা

উত্তৰ-চাৰিটা

১৯। উচ্চ শিক্ষা লাভ, কৰ্মসংস্থাপন আদিৰ সুযোগ ল'বলৈ কি সম্পদৰ বৰ্হিগমন ঘটে?

প্ৰাকৃতিক সম্পদ

মানৱ সম্পদ

শক্তি সম্পদ

উত্তৰ-মানৱ সম্পদ

২০। পৃথিৱীৰ বেছিভাগ মানুহে ________ গোলাৰ্ধত বসতি কৰে?

পূৰ্ব

পশ্চিম

উত্তৰ

উত্তৰ-উত্তৰ