জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
১। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান ?
২, ৬৬, ৩৮, ৪০৭ জন
৩, ১১, ৬৯, ২৭২ জন
এটাও নহয়
উত্তৰ-৩, ১১, ৬৯, ২৭২ জন
২। ২০০১ চনৰ পৰা ২০১১ চনলৈ অসমত মুঠ কিমান জনসংখ্যা বাঢ়িছিল ?
৪৫, ৩০, ৮৬৫ জন
৪৫, ৩০, ৭৮৫ জন
এটাও নহয়
উত্তৰ-৪৫, ৩০, ৮৬৫ জন
৩। ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?
৬১৩ কোটি
৬৬৮ কোটি
এটাও নহয়
উত্তৰ-৬৬৮ কোটি
৪। জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়াৰ স্থান কিমান ?
প্ৰথম
অষ্টম
এটাও নহয়
উত্তৰ-প্ৰথম
৫। ২০২০ চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান ?
১৩৪১ নিযুত
৪,৬৪১ নিযুত
এটাও নহয়
উত্তৰ-৪,৬৪১ নিযুত
৬। প্ৰব্ৰজনকাৰীসকলে যি স্থানৰপৰা যায় সেই ঠাইক প্ৰব্ৰজনৰ কি স্থান বোলে ?
উৎস স্থান
লক্ষ্য় স্থান
এটাও নহয়
উত্তৰ-উৎস স্থান
৭। জনসংখ্যাৰ ফালৰ পৰা আমাৰ দেশ ভাৰতৰ স্থান কিমান ?
প্ৰথম
দ্বিতীয়
এটাও নহয়
উত্তৰ-দ্বিতীয়
৮। ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান আছিল ?
৩৬৩ জন
৩৮২ জন
এটাও নহয়
উত্তৰ-৩৮২ জন
৯। কিহৰ ওপৰত ভিত্তি কৰি দেশ এখনৰ উন্নতি নিৰ্ভৰ কৰিব পাৰি ?
মানৱ সম্পদৰ ওপৰত
প্ৰাকৃতিক সম্পদৰ ওপৰত
এটাও নহয়
উত্তৰ-মানৱ সম্পদৰ ওপৰত
১০। পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল -
ৰাছিয়া
চীন
এটাও নহয়
উত্তৰ-চীন
১১। জনসংখ্য়াৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি?
৯টা
৪টা
১১টা
উত্তৰ-৪টা
১২। পৃথিৱীৰ ভিতৰতে জনবহুল দেশ কেইখন?
পাচঁখন
তিনিখন
নখন
উত্তৰ -নিখন
১৩। জনসংখ্য়াৰ থূপীকৰণে একোটা অঞ্চলত মানুহৰ ক'ত আহুকালৰ সৃষ্টি কৰে?
বেপাৰ-বাণিজ্য়িকত
নাচ-গানত
কাম-কাজত
উত্তৰ-কাম-কাজত
১৪। _________ চনত জনসংখ্য়া আছিল ________ কোটি?
২০০৬, ১০২
২০০৯, ১১৯
২০০৮, ১১৪
উত্তৰ-২০০৮, ১১৪
১৫। অতীতকালৰপৰাই মানুহে এঠাইৰ পৰা অন্য় এঠাইলৈ গৈ কি স্থাপন কৰি আহিছে?
ঘৰ স্থাপন কৰিছিল
জিলা স্থাপন কৰিছিল
বসতি স্থাপন কৰিছিল
উত্তৰ-বসতি স্থাপন কৰিছিল
১৬। ১৬৫০ চনত পৃথিৱীৰ জনসংখ্য়া কিমান কোটি আছিল?
৯০ কোটি
৫০ কোটি
১০ কোটি
উত্তৰ-৫০ কোটি
১৭। কোনখন মহাদেশৰ জনসংখ্য়া সৰ্বাধিক?
ইউৰোপ
আফ্ৰিকা
এছিয়া
উত্তৰ-এছিয়া
১৮। জনসংখ্য়া থূপীকৰণৰ ভিত্তিত পৃথিৱীৰ প্ৰধান কেইটা বসতি অঞ্চল আছে?
দহটা
এটা
চাৰিটা
উত্তৰ-চাৰিটা
১৯। উচ্চ শিক্ষা লাভ, কৰ্মসংস্থাপন আদিৰ সুযোগ ল'বলৈ কি সম্পদৰ বৰ্হিগমন ঘটে?
প্ৰাকৃতিক সম্পদ
মানৱ সম্পদ
শক্তি সম্পদ
উত্তৰ-মানৱ সম্পদ
২০। পৃথিৱীৰ বেছিভাগ মানুহে ________ গোলাৰ্ধত বসতি কৰে?
পূৰ্ব
পশ্চিম
উত্তৰ
উত্তৰ-উত্তৰ
0 Comments