ভাৰতবৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান

১। হুমায়ুনৰ পুত্ৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী আকবৰেও শিল্পকলাৰ দিশত উল্লেখযোগ্য় অৱদান আগৱঢ়াই গৈছে।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

২। আগ্ৰাৰ যমুনা নৈৰ পাৰত সজা তাজমহল ছাহজাহানৰ শিল্প প্ৰীতিৰ শেষ্ঠ নিদৰ্শন ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৩। পৃথিৱীৰ বিখ্য়াত কি  সিংহাসন ছাহজাহানৰ শিল্প প্ৰেমৰ আনএক সাক্ষী?

1) সোণৰ

2) ময়ূৰ

3)  ওপৰৰ এটাও নহয়

Ans: ময়ূৰ

৪। মোগল চিত্ৰকলাই ভাৰতীয় সংস্কৃতিক অন্য় এক মাত্ৰা দিছিল ।

1) হয়

2) নহয়

3) নহয়

Ans: হয়

৫। মোগল শাসকসকল সদায়েই কি প্ৰেমী আছিল?

1) মানৱ প্ৰেমী

2) প্ৰকৃতিপ্ৰেমী

3) ওপৰৰ এটাও নহয়

Ans: প্ৰকৃতিপ্ৰেমী

৬। বাবৰে তেওঁৰ দিনত চিত্ৰকৰসকলক প্ৰকৃতিক ভিত্তি কৰি চিত্ৰ অংকনত গুৰুত্ব  দিবলৈ পৰামৰ্শ দিছিল ।  

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৭। মোগল চিত্ৰকলাৰ চৰম উৎকৰ্ষ সাধন হৈছিল সম্ৰাট কাৰ  শাসনকালত?

1) যাহাংগীৰ

2) জাহাংগীৰ

3) ওপৰৰ এটাও নহয়

Ans: জাহাংগীৰ

৮। সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য় অংগ ।

1) নহয়

2) হয়

3) ওপৰৰ এটাও নহয়

Ans: হয়

৯। অতীজ ভাৰতৰ দৰে মোগল যুগতো সংগীতৰ স্থান অতি কি আছিল?

1) উচ্চ

2) নিম্ন

3) ওপৰৰ এটাও নহয়

Ans: উচ্চ

১০। মোগল ৰাজসভাত সন্ধ্য়া প্ৰায়েই নৃত্য়ৰ কি বহিছিল।

1) মেহবিল

2) মেহফিল

3) ওপৰৰ এটাও নহয়

Ans: মেহফিল

১১।বাবৰৰ পুত্ৰেকৰ  নাম কি আছিল ?

1) হুমায়ুনো

2) জাহাংগীৰ

3) আকবৰ

Ans: হুমায়ুনো

১২। হুমায়ুনো কি কি পৃষ্ঠপোষক আছিল ?

1) শিল্পকলা

2) সাহিত্য়-সংস্কৃতিৰ

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: ওপৰৰ দুয়োটা শুদ্ধ ।

১৩। সম্ৰাট আকবৰো এজন চিত্ৰপ্ৰেমী আছিল ?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয় ।

Ans: হয়

১৪। কি ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য় অংগ ?

1) নৃত্য়

2) সংগীত

3) চিত্ৰকলা

Ans: সংগীত

১৫। মোগলসকলৰ কি কলা অতুলনীয় ?

1) শিল্প কলা

2) স্থাপত্য় কলা

3) চিত্ৰ কলা

Ans: স্থাপত্য় কলা

১৬। আকবৰ পুত্ৰৰ নাম কি ?

1) জাহাংগীৰ

2) হুমায়ুনো

3) ওপৰৰ এটাও নহয় ।

Ans: জাহাংগীৰ

১৭। ভাৰতবৰ্ষ এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ ।

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয় ।

Ans: হয়

১৮। মোগল সাহিত্য়ই ভাৰতীয় সাহিত্য়ৰ ভঁৰাল চহকী কৰি থৈ গৈছে ?

1) হয়

2) নহয়

3) এটাও নহয় ।

Ans: হয়

১৯। কোনে ৰামায়ণ অনুবাদ কৰিছিল ?

1) বাদাউনিয়ে

2) আকবৰে

3) বাবৰে

Ans: বাদাউনিয়ে

২০। অসমত ভক্তি আন্দোলনৰ ধাৰাটোকে কি আন্দোলন বোলে ?

1) বৈষ্ণৱ আন্দোলন

2) ভাতৰত ত্য়াগ আন্দোলন

3) ওপৰৰ দুয়োটা শুদ্ধ ।

Ans: বৈষ্ণৱ আন্দোলন





Type Susmita Kakati